ETV Bharat / bharat

Muaythai World Championship: আবুধাবিত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই এথলীটে - Muaythai World Championship in Abu Dhabi

আবুধাবিত অনুষ্ঠিত হ’ব এই বৰ্ষৰ মুয়াইথাই বিশ্ব চেম্পিয়নশ্বিপ(Muaythai World Championship in Abu Dhabi) ৷ এই মেগা ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰিব দুজনীয়া এটা খেলুৱৈ(Tripura athletes represent India)ৰ দলে ৷ দুয়োগৰাকীৰ খেলুৱৈ ত্ৰিপুৰাৰ বুলি জানিব পৰা গৈছে ৷

Muaythai World Championship
মুয়াইথাই বিশ্ব চেম্পিয়নশ্বিপ
author img

By

Published : May 23, 2022, 10:19 AM IST

আগৰতলা, 23 মে’ : এইবেলি আবুধাবিত অনুষ্ঠিত হ’ব মুয়াইথাই বিশ্ব চেম্পিয়নশ্বিপ(Muaythai World Championship in Abu Dhabi) ৷ এই প্ৰতিযোগিতাত দেশৰ হৈ অংশগ্ৰহণ কৰিব ত্ৰিপুৰাৰ দুগৰাকী খেলুৱৈ(Tripura athletes represent India) য়ে ৷ দুজনীয়া খেলুৱৈৰ দলটোত আছে এগৰাকী মহিলা খেলুৱৈ ৷ ২৬ মে'ৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হ’ব এই মেগা ইভেণ্ট ৷ উল্লেখ্য যে, আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে স্বীকৃতি দিয়া আন্তৰ্জাতিক মুয়াইথাই সংস্থা (আইএফএমএ) ৰ দ্বাৰা আয়োজিত হ'ব এই প্ৰতিযোগিতা ৷

আবুধাবিলৈ যাবলগীয়া দুইগৰাকী খেলুৱৈ হৈছে ক্ৰমে পাৰিলহিয়ান ৰংলং আৰু মিছ দিবা ৰজক ৷ ইয়াৰে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ বাসিন্দা পাৰিলহিয়ান ৰংলঙে ৬৭ কিল’গ্ৰাম ছিনিয়ৰত শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে পশ্চিম জিলাৰ মিছ দিবা ৰাজাকে ২৩ বছৰৰ অনুৰ্ধৰ ৫৭ কিল’গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

লগতে চাওক: ত্ৰিপুৰাত বিমানৰ সংখ্যা বৃদ্ধিৰ আশ্বাস কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.