- জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰ
- এনকাউণ্টাৰত নিহত দুই জৈছ সন্ত্ৰাসবাদী (Two Jaish terrorists killed in Sopore encounter)
- জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ’পোৰ অঞ্চলত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা (Jammu and Kashmir)
- নিৰাপত্তা বাহিনী আৰু জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী মাজত হোৱা সংঘৰ্ষৰ ফলত দুজন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত হয়
- সন্ত্ৰাসবাদী দুজন ক্ৰমে ছ'পুৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰফ বুলি চিনাক্ত কৰা হৈছে
- আনহাতে এই গুলীচালনাত আহত হয় এজন সাধাৰণ লোক
জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত দুই জৈছ সন্ত্ৰাসবাদী - Jammu and Kashmir
নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত দুই জৈছ সন্ত্ৰাসবাদী ৷ জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ’পোৰ অঞ্চলত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ নিৰাপত্তা বাহিনী আৰু জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী মাজত হোৱা সংঘৰ্ষৰ ফলত দুজন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত হয় (Jammu and Kashmir) ৷

নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত নিহত দুই জৈছ সন্ত্ৰাসবাদী