ETV Bharat / bharat

Firing in Arunachal Pradesh: সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক - civilians injured in firing by Indian army in Arunachal Pradesh

মাছ ধৰিবলৈ যোৱা দুই যুৱকৰ ওপৰত গুলীচালনা সেনাৰ ৷ আহত হয় দুজন নিৰীহ যুৱকৰ । অৰুণাচলৰ টিৰাপ জিলাৰ কাছগাঁৱত সংঘটিত হয় এই ঘটনা (Youth injured in firing by Indian Army) ৷

Firing in Arunachal Pradesh
সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক
author img

By

Published : Apr 2, 2022, 8:01 PM IST

তিনিচুকীয়া, 2 এপ্ৰিল: শুকুৰবাৰে নিশা মাছ ধৰিবলৈ যোৱা দুই যুৱকৰ ওপৰত গুলীচালনা সেনাৰ (Youth injured in firing by Indian Army)৷ সেনাৰ গুলীত আহত হয় দুজন নিৰীহ যুৱকৰ । অৰুণাচলৰ টিৰাপ জিলাৰ কাছগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক

গুলীবিদ্ধ হোৱা যুৱক দুজনক্ৰমে নকফুৱা ৱাংটন আৰু ৰামৱাং ৱাংছা ৷ আহত দুয়োকে নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী পৰ্যায়ত যুৱক দুজন সংকটমুক্ত বুলি চিকিৎসকে অৱগত কৰে । উক্ত ঘটনাৰ পাছতে টিৰাপ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এই ঘটনা সন্দৰ্ভত অৰুণাচলৰ খুনছাঁ অৱস্থিত ভাৰতীয় সেনাৰ ১২ পেৰা মিলিটাৰীৰ এগৰাকী শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ভুল স্বীকাৰ কৰাৰ লগতে যুৱককেইজনৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বুলি ৰাইজক জনায় ৷

লগতে পঢ়ক: FIFA World Cup Qatar 2022 : জাৰ্মানীৰ বিৰুদ্ধে সমুখ সমৰত নামিব স্পেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.