ETV Bharat / bharat

TV Actress Dipika Kakar: এই ৰোগত ভুগিছে টিভি অভিনেত্ৰী দীপিকা কক্কৰ, ছচিয়েল মিডিয়াযোগে মুকলিকৈ ক’লে দীপিকাই

author img

By

Published : May 19, 2023, 11:43 AM IST

ডায়েবেটিছ ৰোগ হয়তো আপোনাৰ বাবে অচিনাকি নহয়, কিন্তু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হোৱা গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ বিষয়েও জানেনে ? শেহতীয়াকৈ টিভি অভিনেত্ৰী দীপিকা কক্কৰো এই ৰোগত আক্ৰান্ত হৈছে । জানক কিয় গৰ্ভৱতী মহিলাসকলৰ এই ৰোগ হোৱাৰ আশংকা থাকে

TV actress Dipika Kakar has gestational diabetes, know why pregnant women are at risk of this disease
এই ৰোগত ভুগিছে টিভি অভিনেত্ৰী দীপিকা কক্কৰ, ছচিয়েল মিডিয়াযোগে মুকলিকৈ ক’লে দীপিকাই

টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ গৰ্ভাৱস্থাৰ সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে, ছচিয়েল মিডিয়াৰ জৰিয়তে দীপিকাই নিজৰ এই সমস্যাৰ কথা মুকলিকৈ ক’লে দীপিকাই ৷ জনাই দিও যে, এয়া তেওঁৰ গৰ্ভাৱস্থাৰ তৃতীয় ত্ৰিমাসিক (Dipika Kakar Pregnancy)। প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই এই সমস্যাৰ বিষয়ে জনা উচিত (Gestational Diabetes Diet)। কিন্তু গৰ্ভাৱস্থাৰ ডায়েবেটিছ হোৱাৰ আশংকা কি আৰু এই ৰোগ কিয় হয় জানো আহক-

  • " class="align-text-top noRightClick twitterSection" data="">

গৰ্ভাৱস্থাৰ ডায়েবেটিছ কি ?

গৰ্ভাৱস্থাৰ ডায়েবেটিছ (Gestational diabetes)হৈছে এনে এক প্ৰকাৰৰ ডায়েবেটিছ, য’ত গৰ্ভাৱস্থাত মহিলাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে (what is gestational diabetes)। ইনচুলিন হৈছে পেনক্ৰিয়াচৰ দ্বাৰা উৎপন্ন হোৱা হৰম’ন, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু এই শক্তি আমাৰ শৰীৰে বহু কামত ব্যৱহাৰ কৰে (Dipika Kakar Gestational Diabetes)।

গৰ্ভাৱস্থাৰ ডায়েবেটিছ কিয় হয় ?

এই পৰ্যন্ত কোনো গৱেষণাই গৰ্ভৱতী মহিলাই কিয় গৰ্ভাৱস্থাৰ ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় সেই বিষয়ে নিশ্চিতভাৱে কোৱা নাই যদিও গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তন বৃহৎ মাত্ৰাত ঘটে বুলি ধাৰণা কৰা হৈছে, যাৰ বাবে তেজৰ চেনিৰ ফলপ্ৰসূ প্ৰক্ৰিয়াকৰণ নহয় (Gestational Diabetes Range)। ফলত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায় (Why does gestational diabetes happen)।

গৰ্ভাৱস্থাত Gestational Diabetes হোৱা মহিলাসকল সাধাৰণতে প্ৰসৱৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, কিন্তু মাতৃৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । স্বাস্থ্যসন্মত খাদ্য, ব্যায়াম আৰু ঔষধৰ জৰিয়তে গৰ্ভাৱস্থাৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি (Gestational Diabetes Diet)।

গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ লক্ষণ

গৰ্ভাৱস্থাৰ ডায়েবেটিছত সাধাৰণতে কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায় যদিও অত্যধিক পিয়াঁহ, অত্যধিক প্ৰস্ৰাৱ ওলোৱাটো ইয়াৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে, তেনে ক্ষেত্ৰত আপুনি ইয়াক তৎক্ষণাত পৰীক্ষা কৰাব লাগে যাতে গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি (Symptoms of Gestational Diabetes)।

লগতে পঢ়ক: Anshula Kapoor Weight Loss: অৰ্জুন কাপুৰৰ ভগ্নী অংশুলা কাপুৰে কেনেকৈ হ্ৰাস কৰিলে ওজন ? আপুনিও অনুসৰণ কৰিব পাৰে এই ডায়েট টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.