ETV Bharat / bharat

যোগাযোগ ব্যৱস্থা সৰল কৰাৰ আহ্বান ত্ৰিপুৰা চৰকাৰৰ

author img

By

Published : Aug 24, 2022, 3:36 PM IST

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী সোম প্ৰকাশক পৰ্যটন আৰু ৰপ্তানি বাণিজ্য বৃদ্ধিৰ বাবে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে যোগাযোগ (Bangladesh and Myanmar connectivity to Tripura) সৰল (Tripura urges Centre to simplify connectivity) আৰু আধুনিকীকৰণ কৰাৰ বাবে আহ্বান ত্ৰিপুৰা চৰকাৰৰ ।

Tripura
Tripura

নিউজ ডেস্ক, ২৪ আগষ্ট : ত্ৰিপুৰা চৰকাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী সোম প্ৰকাশক ৰাজ্যখনৰ পৰ্যটন আৰু ৰপ্তানি বাণিজ্য বৃদ্ধিৰ (Tripura Government tourism and export trade) বাবে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে যোগাযোগ সৰল Tripura urges Centre to simplify connectivity) আৰু আধুনিকীকৰণ কৰাৰ বাবে আহ্বান জনাইছে (Bangladesh and Myanmar connectivity to Tripura) ।

ৰাজ্যিক মন্ত্ৰী প্ৰকাশে আজি আগৰতলাৰ ৰাজ্যিক অতিথিশালাত উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনি (North Eastern Industrial Development Scheme) আৰু ৰাজ্যখনৰ চাহ উদ্যোগ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে (review meeting on Tripura tea industry) ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট নীতিয়ে (PM Narendra Modi Act East Policy) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে (development of North Eastern states) । এই অঞ্চলৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ (establishment of small industries) বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব লাগে ।" তেওঁ কয় ।

বৈঠকৰ প্ৰথম পৰ্যায়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব অভিষেক চন্দ্ৰই এনই-আইডিএছ প্ৰকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী (Union Minister of State for Commerce and Industry) সোম প্ৰকাশে সংশ্লিষ্ট বিষয়াসকলক ত্ৰিপুৰাত উদ্যোগ স্থাপনৰ সকলো সমস্যা দ্ৰুতগতিত সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ।

মন কৰিবলগীয়া যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উদ্যোগ স্থাপনত উদগনি দিয়াৰ বাবে এনই-আইডিএছ আঁচনিখন (NE IDS scheme) 5 বছৰৰ বাবে 1 এপ্ৰিল, 2017 তাৰিখে আৰম্ভ কৰা হৈছিল । বৈঠকত আলোচনা কৰাৰ সময়ত সচিব অভিষেক চন্দ্ৰই ৰাজ্যখনৰ পৰ্যটন আৰু ৰপ্তানি বাণিজ্য বৃদ্ধিৰ বাবে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে যোগাযোগ ব্যৱস্থা (communication system with Bangladesh and Myanmar) অধিক সৰল আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

আনহাতে, ৰবৰ, ধূপকাঠি, আগৰ আদি উদ্যোগৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । উক্ত বৈঠকত বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে । পৰ্যালোচনা বৈঠকৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ চাহ উদ্যোগ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয় ।

বৈঠকত চাহ বিক্ৰীৰ বাবে ৰাজ্যখনত নিলাম কেন্দ্ৰ স্থাপনৰ (tea auction center) ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰ ফলত ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, মিজোৰাম আদি ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলো লাভান্বিত হ'ব বুলি উল্লেখ কৰা হয় ।

বৈঠকত চাহ বোৰ্ড অব ইণ্ডিয়াৰ (Tea Board of India) বিষয়া অৰুণিমা ফুকন যাদৱে কয় যে ছেপ্টেম্বৰৰ আৰম্ভণিতে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । এই ক্ষেত্ৰত সচিব অভিষেক চন্দ্ৰই কয় যে এই নিলাম কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব । বৈঠকত এইটোও জনোৱা হয় যে ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাংলাদেশলৈ চাহ ৰপ্তানি কৰা সম্ভৱ হ'লে ৰাজ্যখনত চাহ উদ্যোগ যথেষ্ট লাভান্বিত হ'ব ।

উক্ত কথা মনত ৰাখিয়ে বৈঠকৰ অংশগ্ৰহণকাৰীসকলে ভাৰত আৰু বাংলাদেশ চৰকাৰক যুটীয়াভাৱে এই বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনায় । বৈঠকত সন্তোষ সাহাকে ধৰি চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সংগঠন আৰু সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ বিমান সেৱাৰ সেউজ সংকেত ত্ৰিপুৰা কেবিনেটৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.