ETV Bharat / bharat

ত্ৰিপুৰাত বৃদ্ধি পাব দুগ্ধ সংৰক্ষণৰ ক্ষমতা - গাখীৰৰ সংৰক্ষণৰ ক্ষমতা বৃদ্ধি

ত্ৰিপুৰাৰ বামুতিয়াত স্থাপন হবলগীয়া গোমতী দুগ্ধ উৎপাদন সংঘৰ নতুন কাৰখানাত 40 প্ৰকাৰৰ গাখীৰেৰে প্ৰস্তুত কৰা সামগ্ৰী উৎপাদন কৰা হ‘ব ৷ এই কথা জনালে সংঘৰ অধ্যক্ষ সমীৰ দাসে ৷

tripura-milk-storage
ত্ৰিপুৰাত বৃদ্ধি পাব দুগ্ধ সংৰক্ষণৰ ক্ষমতা
author img

By

Published : Dec 31, 2020, 10:41 PM IST

আগৰতলা, 31 ডিচেম্বৰ : সেই দিন আৰু দূৰ নহয় যেতিয়া ত্ৰিপুৰাৰ গোমতী দুগ্ধ উৎপাদন সংঘই নিজৰ দুগ্ধ উৎপাদন সহকাৰী সমিতি সমূহৰ শৃংখলাক ৰাজ্যৰ সকলো মহকুমালৈ বিস্তাৰিত কৰিব ৷ ইয়াৰ ফলত ৰাজ্যখনত গাখীৰৰ সংৰক্ষণৰ ক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷ সংঘৰ বাৰ্ষিক সাধাৰণ সভাত সংঘৰ অধ্যক্ষ সমীৰ দাসে সংকেত দিয়ে যে, নতুন বছৰে ৰাজ্যৰ দুগ্ধ উৎপাদক সকললৈ যথেষ্ঠ ভাল খবৰ কঢ়িয়াই আনিব ৷

অধ্যক্ষগৰাকীয়ে লগতে কয় যে, গোমতী দুগ্ধ উৎপাদন সংঘই গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য-সামগ্ৰী প্ৰস্তুতকৰণত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ লগতে বামুতিয়াত স্থাপন হ’বলগীয়া সংঘৰ নতুন কাৰখানাত 40 প্ৰকাৰৰ গাখীৰেৰে প্ৰস্তুত কৰা সামগ্ৰী উৎপাদন কৰা হ‘ব ৷

লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.