ETV Bharat / bharat

Tripura BJP : বিধানসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা

author img

By

Published : Oct 21, 2022, 5:34 PM IST

লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে (Union Minister of State Pratima Bhoumik) কয় যে বৈঠকত দলটোৱে বিগত চাৰি বছৰত দলটোৱে কৰা উন্নয়নমূলক কাম-কাজৰ বিষয়ে কেনেদৰে ৰাজ্যবাসীক অৱগত কৰাব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

Tripura
Tripura

আগৰতলা, ২১ অক্টোবৰ : ২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ (Tripura Assembly Election 2023) পূৰ্বে শাসকীয় বিজেপি দলে ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত (Rabindra Shatabarshiki Bhawan Agartala) এখন সাংগঠনিক সভা অনুষ্ঠিত কৰে (Tripura BJP organizational meeting) ।

উক্ত বৈঠকত মুখ্যমন্ত্ৰী ড০ মাণিক সাহা (Tripura CM Manik Saha), উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ বিপ্লৱ কুমাৰ দেৱ, ড০ মহেন্দ্ৰ সিং, বিজেপিৰ ত্ৰিপুৰা প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী তথা উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰৰ (BJP coordinator for Northeast Sambit Patra) লগতে সকলো বিধায়ক আৰু নেতা উপস্থিত থাকে ।

বৈঠকৰ অন্তত বৈঠক সন্দৰ্ভত লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে (Union Minister of State Pratima Bhoumik) কয় যে এই বৈঠকত দলটোৱে বিগত চাৰি বছৰত দলটোৱে কৰা উন্নয়নমূলক কাম-কাজৰ বিষয়ে দলটোৱে কেনেদৰে ৰাজ্যবাসীক অৱগত কৰাব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

"যিহেতু ২০২৩ চনত বিধানসভাৰ বাবে নিৰ্বাচন আহি আছে, সেয়ে আমি ড০ মহেন্দ্ৰ সিং আৰু ড০ সম্বিত পাত্ৰৰ নেতৃত্বত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰিছোঁ য'ত আমি আগন্তুক নিৰ্বাচনত কি কৰিব লাগে সিদ্ধান্ত তাৰ ল'ম ।" বৈঠক সন্দৰ্ভত তেওঁ কয় ।

তেওঁ লগতে কব যে বিগত চাৰি বছৰত বিজেপি চৰকাৰৰ কামৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ এখন ৰিপোৰ্ট কাৰ্ড (report card of Tripura government) প্ৰস্তুত কৰা হ'ব । "আমি ঘৰে ঘৰে সুশাসন অভিযান (Ghore Ghore Sushasan Abhiyan) আৰম্ভ কৰিছোঁ আৰু চাউল বিতৰণ, বিদ্যুৎ প্ৰদান আৰু গেছ সংযোগ আৰু ৰাস্তা প্ৰদানৰ দৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছোঁ । লগতে আমি আমাৰ সকলো সাফল্য আৰু জনমুখী কামৰ ৰিপোৰ্ট কাৰ্ড প্ৰস্তুত কৰিম । আমি ৰিপোৰ্ট কাৰ্ড মানুহৰ মাজত বিতৰণ কৰিম আৰু সেই অনুসৰিয়ে পৰিকল্পনাৰ সিদ্ধান্ত লোৱা হ'ব ।" তেওঁ কয় ।

লগতে পঢ়ক : Hospital sealed: প্লাজমা বুলি ফলৰ ৰস: বন্ধ কৰিলে চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.