ETV Bharat / bharat

টকিঅ' অলিম্পিকৰ পৰা বাহিৰ মেৰীকম

author img

By

Published : Jul 29, 2021, 5:25 PM IST

ভাৰতীয় বক্সাৰ মেৰীকমে ফ্লাইৱেট শাখাৰ যুঁজৰ প্ৰথম ৰাউণ্ডতে কলম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়া (Ingrit Valencia)ৰ হাতত ১-৪ ত ধৰাশায়ী হয় । এই পৰাজয়ৰ লগে লগে মেৰীকমৰ Tokyo Olympics ৰ দৌৰৰ সামৰণি পৰে ৷

Tokyo Olympics: Mary Kom knocked out by Ingrit Valencia
টকিঅ' অলিম্পিকৰ পৰা বাহিৰ মেৰী কম

স্প’ৰ্টছ ডেস্ক, 29 জুলাই : ভাৰতীয় বক্সাৰ এম চি মেৰীকম (Indian boxer MC Mary Kom) ৷ বৃহস্পতিবাৰে ফ্লাইৱেট শাখা (Flyweight category)ৰ যুঁজত ৰিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী কলম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়া (Ingrit Valencia)ৰ হাতত পৰাস্ত হয় ভাৰতীয় বক্সাৰগৰাকী । মেৰীকমে ফ্লাইৱেট শাখাৰ যুঁজৰ প্ৰথম ৰাউণ্ডতে ইনগ্ৰিট ভেলেন্সিয়া (Ingrit Valencia)ৰ হাতত ১-৪ পইণ্টত ধৰাশায়ী হয় ।

Tokyo Olympics: Mary Kom knocked out by Ingrit Valencia
টকিঅ' অলিম্পিকৰ পৰা বাহিৰ মেৰীকম

মেৰীকমে দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতে সুন্দৰ প্ৰত্যাৱৰ্তন ঘটায় । প্ৰথম ৰাউণ্ডত মেৰীকমৰ প্ৰদৰ্শন উন্নত নাছিল যদিও দ্বিতীয় ৰাউণ্ডত যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল । মেৰীকমে দ্বিতীয় ৰাউণ্ডত ইনগ্ৰিট ভেলেন্সিয়াক ৩-২ পইণ্টত পৰাস্ত কৰে ।

এই ৰাউণ্ডত উন্নত মানদণ্ডৰ খেল দেখা যায় ৷ কিন্তু তৃতীয় আৰু অন্তিম ৰাউণ্ডত ভেলেন্সিয়াই অগ্ৰগতি লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.