ETV Bharat / bharat

দিল্লীত বাসগৃহ খহি মৃত্যু তিনিজনৰ, ছজন আহত

author img

By

Published : Dec 19, 2020, 2:25 PM IST

আহত পাঁচজনক ডিডিইউ চিকিৎসালয়ত আৰু এজন গুৰু গোবিন্দ সিং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

দিল্লীত বাসগৃহ খহি মৃত্যু তিনিজনৰ, ছজন আহত
Three died, six injured after portion of house collapses in Delhi

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰঃ শনিবাৰে পশ্চিম দিল্লীৰ খেৰালাত এটা বাসগৃহ খহি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ছয়জন লোক গুৰুতৰভাৱে আহত হয় ।

দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে উল্লেখ কৰা অনুসৰি, তেওঁলোকে পুৱা প্ৰায় ১০ বজাত ঘটনাটোৰ বিষয়ে জানিব পাৰে । খবৰ লাভ কৰাৰ লগে লগে চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখে ।

আহত পাঁচজনক ডিডিইউ চিকিৎসালয়ত আৰু এজন গুৰু গোবিন্দ সিং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

লগতে পঢ়ক : কৃষক বিদ্ৰোহৰ ২৪ টা দিন : অব্যাহত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.