ETV Bharat / bharat

Alia Bhatt Fitness Secret: এই বিশেষ চালাড বিধ হৈছে আলিয়া ভাটৰ ফিটনেছৰ ৰহস্য, আলিয়া ভাটৰ পৰাই জানি লওক তৈয়াৰৰ পদ্ধতি

author img

By

Published : Jun 21, 2023, 9:43 PM IST

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো আলিয়া ভাটৰ ফিটনেছ ছিক্ৰেট বিটৰ চালাডৰ ৰেচিপি, যিটো স্বাস্থ্যকৰ হোৱাৰ লগতে অতি সোৱাদযুক্ত । গ্ৰীষ্মকালত ইয়াৰ সেৱনে আপোনাৰ পেটত শীতলতা প্ৰদান কৰে, গতিকে আলিয়া ভাট বিশেষ বুটমাহৰ চালাড কেনেকৈ বনাব পাৰি জানো আহক।

This special salad is the secret of Alia Bhatt's fitness, you should also try it
এই বিশেষ চালাড বিধ হৈছে আলিয়া ভাটৰ ফিটনেছৰ ৰহস্য, আলিয়া ভাটৰ পৰাই জানি লওক তৈয়াৰৰ পদ্ধতি

বলীউডৰ চেলিব্ৰিটিসকল স্বাস্থ্য আৰু ফিটনেছৰ প্ৰতি অতি সচেতন । সেইবাবেই বহু সময় কাম কৰাৰ পিছতো তেওঁলোক নিজৰ সৌন্দৰ্য্যৰ বাবে চৰ্চাত থাকে । নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ প্ৰত্যেকৰে নিজস্ব ৰুটিন আৰু ট্ৰেড ছিক্ৰেট থাকে । কিন্তু অভিনেত্ৰী আলিয়া ভাটে নিজৰ প্ৰিয় বিটৰ চালাড ব্যৱহাৰ কৰি ফিটনেছৰ লগতে ৰুচিৰ যত্ন লৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গোৱাত ডিয়েৰ জিন্দেগী ছবিৰ চেটত শ্বুটিং কৰি থকাৰ সময়তে চেলিব্ৰিটিগৰাকীয়ে ২০১৯ চনত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত তেওঁ নিজৰ দৈনন্দিন খাদ্যাভ্যাসৰ কথা প্ৰকাশ কৰিছিল । য'ত আলিয়াই খাদ্যত বিট অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল.. বিট লঘু, সোৱাদযুক্ত আৰু ঠাণ্ডা হয় ।

বিট ছালৰ বাবে কেনেকৈ ভাল সেই কথা কওঁতে আলিয়াই কয়, "মই গোৱাত চিত্ৰগ্ৰহণ কৰি থকাৰ বাবে সকলো সময়তে বিটৰ চালাড খাইছিলো আৰু তাত বৰ গৰম আছিল ।"

সেইবাবেই আজি আমি আপোনালোকৰ বাবে লৈ আহিছো আলিয়া ভাটৰ ফিটনেছ ছিক্ৰেট বিটৰ চালাডৰ ৰেচিপি, যিটো সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যকৰ । গ্ৰীষ্মকালত ইয়াৰ ব্যৱহাৰে আপোনাৰ পেটত শীতলতা প্ৰদান কৰে । ইয়াৰ লগতে আপোনাৰ ৰক্ত বৃদ্ধি কৰে আৰু তেজ পৰিষ্কাৰ কৰে । ই আপোনাৰ স্বাস্থ্য ভালে ৰখাই নহয় বৰঞ্চ ছালত গোলাপী ৰঙৰ জিলিকনিও দিয়ে, গতিকে আলিয়া ভাটৰ বিশেষ বিটৰ চালাড কেনেকৈ তৈয়াৰ কৰিব পাৰি জানো আহক....

বিটৰ চালাড বনোৱাৰ উপকৰণ-

  • ১টা সিজোৱা আৰু কুটি লোৱা বিট
  • দৈ এক কাপ
  • জালুক
  • চাট মছলা
  • ধনীয়াৰ পাত এক চিকুট
  • তেল মাৰিবৰ বাবে ১/৪ কাপ তেল
  • ক'লা সৰিয়হৰ গুটি
  • জিৰাৰ গুটি
  • হিং
  • নৰসিংহৰ পাত

বিটৰ চালাড কেনেকৈ বনাব ? (How To Make Beetroot Salad)

  • বিটৰ চালাড বনাবলৈ প্ৰথমে কুটি লোৱা আৰু সিজোৱা বিট লৈ লওক ।
  • তাৰ পিছত তাত কিছু দৈ দি ভালদৰে মিহলাই লওক ।
  • ইয়াৰ পিছত অলপ জালুক দিব ।
  • তাৰ পিছত অলপ চাট মছলা আৰু ধনীয়া পাত অলপ দিব ।
  • ইয়াৰ পিছত টেম্পাৰিং বাটিটোত অলপ তেল গৰম কৰক ।
  • তাৰ পিছত টেম্পাৰত জিৰা আৰু সৰিয়হৰ গুটি দি ভাজিব ।
  • ইয়াৰ পিছত আপুনি তাত কিছু হিং আৰু নৰসিংহৰ পাত দিব ।
  • তাৰ পিছত গেছ বন্ধ কৰি বিট আৰু দৈৰ মিশ্ৰণত তেলখিনি মিহলাই লওক ।
  • এতিয়া আপোনাৰ সুস্বাদু আৰু পুষ্টিকৰ বিটৰ চালাড সাজু হৈছে ।

লগতে পঢ়ক: Benefits of Crying: এতিয়াৰ পৰা আৰু কান্দিবলৈ সংকোচবোধ নকৰিব, কাৰণ কান্দোনৰ আছে অনেক উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.