ETV Bharat / bharat

৫বছৰীয়া শিশু ধৰ্ষণৰ গোচৰত আটক 16 বছৰীয়া কিশোৰ

author img

By

Published : Feb 22, 2021, 1:30 PM IST

শনিবাৰে জবলপুৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰায় 60 কিমি নিলগৰ বাঘৰাজী গাঁৱত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ এই ধৰ্ষণ কাণ্ডৰ লগত এগৰাকী 16 বছৰীয়া কিশোৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

৫বছৰীয়া শিশুৰ ধৰ্ষণৰ গোচৰত আটক 16বছৰীয়া কিশোৰ

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : শনিবাৰে জবলপুৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰায় 60 কিমি নিলগৰ বাঘৰাজী গাঁৱত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ এই ধৰ্ষণ কাণ্ডৰ লগত এগৰাকী 16 বছৰীয়া কিশোৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, মধ্য প্ৰদেশৰ জবলপুৰ জিলাত পাঁচ বছৰীয়া এগৰাকী শিশুক ধৰ্ষণ কৰাৰ অপৰাধত আটক হৈছে এজন 16 বছৰীয়া কিশোৰ ৷ এই কথা সদৰী কৰিছে কুণ্ডম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ মাৰ্কলে ৷

ঘটনাৰ বিবৰণী অনুসৰি 16 বছৰীয়া কিশোৰ জনে প্ৰায় 2 মান বজাত শীলত পানীয় কিনিবলৈ দোকানলৈ গৈছিল ৷ সেই সময়তেই 5বছৰীয়া শিশু গৰাকীক ধৰ্ষণ কৰিছিল 16 বছৰীয়া কিশোৰ জনে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ASP সঞ্জয় আগৰৱালা আৰু FSL ৰ এটা দল কুণ্ডম উপস্থিত হয় ৷ ASP সঞ্জয় আগৰৱালাই উক্ত ঘটনাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালটোৰ কাষটো থিয় হয় ৷

জানিব পৰা মতে, 5বছৰীয়া ভুক্তভোগী শিশু গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান শিশু গৰাকীৰ চিকিৎসা চলি থকা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ভাৰত-চীনৰ দ্বি-পাক্ষিক বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.