ETV Bharat / bharat

ৰামোজী ফিল্ম চিটি পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ

author img

By

Published : Aug 18, 2022, 10:52 PM IST

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত চাং জে বকৰ নেতৃত্বত দক্ষিণ কোৰিয়াৰ এটা প্ৰতিনিধি দলে ৰামোজী ফিল্ম চিটি পৰিভ্ৰমণ কৰে (South Korean Ambassador to India Chang Jae Bok visits Ramoji Film City)। প্ৰতিনিধি দলটোয়ে ফিল্ম চিটিখনৰ ৰেডি টু শ্বুটৰ চেট, শ্বুটিঙৰ বিভিন্ন আকৰ্ষণীয় স্থান আৰু ষ্টুডিঅ’কে ধৰি চলচ্চিত্ৰ নিৰ্মাণৰ বাবে তৈয়াৰী কেইবাটাও স্থান প্ৰত্যক্ষ কৰে ৷

Etv BSouth Korean Ambassador visits Ramoji Film Cityharat
Etv Bharৰামোজী ফিল্ম চিটি পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰat

নিউজ ডেস্ক, 18 আগষ্ট: বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত চাং জে বকৰ নেতৃত্বত দক্ষিণ কোৰিয়াৰ এটা প্ৰতিনিধি দলে ৰামোজী ফিল্ম চিটি পৰিভ্ৰমণ কৰে (South Korean Ambassador to India Chang Jae Bok visits Ramoji Film City)।প্ৰতিনিধি দলটোয়ে ফিল্ম চিটিখনৰ ৰেডি টু শ্বুটৰ চেট, শ্বুটিঙৰ বিভিন্ন আকৰ্ষণীয় স্থান আৰু ষ্টুডিঅ’কে ধৰি চলচ্চিত্ৰ নিৰ্মাণৰ বাবে তৈয়াৰী কেইবাটাও স্থান প্ৰত্যক্ষ কৰে ৷

প্ৰতিনিধি দলটোৱে ৰামোজী ফিল্ম চিটিৰ ভিতৰত থকা বিভিন্ন ব্যৱস্থাপনা আৰু ছবি নিৰ্মাণৰ সুবিধা, সু কৰ্তব্যনিস্থতাৰে বিভিন্ন বিভাগত হোৱা কাম আৰু প্ৰডাকচনৰ প্ৰস্তুতি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে । ৰাষ্ট্ৰদূত চাং জে বকে ইন-হাউচ চেট ডিজাইন আৰু নিৰ্মাণৰ ব্যৱস্থাপনা আৰু এখন ছবিক বাস্তৱত পৰিণত কৰাৰ যি নিপুণতা আৰু কাৰুকাৰ্য্যকাৰীতা, সেইয়া দেখি অধিক আপ্লুত হৈ পৰে ।

কোৰিয়া ৰিপাব্লিকৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওকো সাক্ষাৎ কৰে (Chairman of Ramoji Group)। এই সৌজনতামূলক সাক্ষাতৰ সময়ত গু জং হ্যুন (Gu Jung Hyun), ৰামোজী ফিল্ম চিটিৰ পৰিচালন সঞ্চালক চিএইছ বিজয়েশ্বৰীকে ধৰি গ্ৰুপৰ সঞ্চালিকাগৰাকীও উপস্থিত আছিল (Ramoji Film City)৷

লগতে পঢ়ক: ৰামোজী ফিল্ম চিটী আৰু আইআৰচিটিচিৰ মাজত পৰ্যটন চুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.