ETV Bharat / bharat

ইণ্ডিগোৰ ৰায়পুৰ-ইন্দোৰ বিমানত বিজুতি, কেবিনৰ পৰা ওলাল ধোঁৱা - multiple malfunctions on SpiceJet flights

"ৰায়পুৰ-ইন্দোৰ ইণ্ডিগো বিমানৰ (A320Neo aircraft) কেবিন ক্ৰুৱে ৫ জুলাই, মঙলবাৰে বিমানখন অৱতৰণৰ সময়ত ইয়াৰ কেবিনৰ পৰা ধোঁৱা ওলাই অহা বুলি জানিবলৈ দিয়ে ।" বিমান নিয়ন্ত্ৰকে এনেদৰে উল্লেখ কৰে ।

a
a
author img

By

Published : Jul 6, 2022, 8:41 PM IST

নিউজ ডেস্ক, ৬ জুলাই : স্পাইচ জেটৰ পিছত এইবাৰ ইণ্ডিগো বিমান । পুনৰ যান্ত্ৰিক বিজুতি বিমানত । বুধবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে (Directorate General of Civil Aviation) জনোৱা মতে, ৰায়পুৰ-ইন্দোৰ ইণ্ডিগোৰ এখন বিমানত এই যান্ত্ৰিক বিজুতি ঘটে । বিমানখনৰ কেবিন ক্ৰুৱে জনোৱা মতে অৱতৰণৰ পিছত বিমানখনৰ কেবিনৰ পৰা ধোঁৱা ওলোৱা পৰিলক্ষিত হয় (A Raipur-Indore IndiGo flight reported to have smoke) ।

"ৰায়পুৰ-ইন্দোৰ ইণ্ডিগো বিমানৰ (A320Neo aircraft) কেবিন ক্ৰুৱে ৫ জুলাই, মঙলবাৰে বিমানখন অৱতৰণৰ সময়ত ইয়াৰ কেবিনৰ পৰা ধোঁৱা ওলাই অহা বুলি জানিবলৈ দিয়ে (Cabin crew report smoke after landing IndiGo Raipur Indore flight) ।" বিমান নিয়ন্ত্ৰকে এনেদৰে উল্লেখ কৰে ।

উল্লেখ্য, মঙলবাৰে স্পাইচজেটৰ তিনিখনকৈ বিমানত বিসংগতিয়ে দেখা দিয়ে (multiple malfunctions on SpiceJet flights) । ইয়াৰে ভিতৰত এখন দিল্লীৰ পৰা ডুবাই অভিমুখী বিমান জৰুৰীভাৱে কৰাচীত অৱতৰণ কৰাবলগা হয় ।

আনহাতে, বেংককৰ পৰা দিল্লী অভিমুখী ভিস্তাৰা বিমানৰ ইঞ্জিন বিকল হোৱাৰ পৰিস্থিতিৰো উদ্ভৱ হয় । একেদৰে স্পাইচজেটৰে চীন অভিমুখী আন এখন বিমান কলকাতাৰ দমদম বিমানবন্দৰত যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰাবলগা হয় । তাৰ মাজতে এইবাৰ প্ৰকাশ্যে আহিছে ইণ্ডিগো বিমানৰ বিজুতিৰ ঘটনা ।

লগতে পঢ়ক :Covid in India: ভাৰতত সীমিত সংক্ৰমণ বি.এ.2.75 অ'মিক্ৰণৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.