ETV Bharat / bharat

ৰাজস্থানত ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু - অভিযুক্তক গ্ৰেপ্তাৰ

ৰাজস্থানৰ পুষ্কৰত এগৰাকী ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ । POCSO আইন আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক ।

ৰাজস্থানত ধৰ্ষণৰ বলি হ'ল ৬ বছৰীয়া কণমানি

author img

By

Published : Mar 17, 2021, 4:05 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ: ৰাজস্থানৰ পুষ্কৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । এজন যুৱকৰ কামনাৰ বলি হ'ল এটা ৬ বছৰীয়া শিশু । মঙলবাৰে আজমেৰৰ আৰক্ষী অধীক্ষক জগদীশ চন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে, সোমবাৰে পুষ্কৰত এজন ২৩ বছৰীয়া যুৱকে এটা শিশুক যৌন নিৰ্যাতন চলোৱাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল ।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । POCSO আইন আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্য়াপকৰ প্ৰস্তাৱ নীতা আম্বানিক..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.