নেশ্যনেল ডেস্ক , 13 ছেপ্তেম্বৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যু ৷ সোমবাৰে প্ৰবীণ নেতাগৰাকীয়ে 80 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ মাংগালুৰুৰ Yenepoya Hospitalত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷
-
Deeply saddened to inform that Shri Oscar Fernandesji passed away in a hospital in Mangalore!
— Dr Syed Naseer Hussain-MP, Rajya Sabha (@NasirHussainINC) September 13, 2021 " class="align-text-top noRightClick twitterSection" data="
May his soul rest in peace !#RIPOscarFernandes pic.twitter.com/tBEIWcSQ4n
">Deeply saddened to inform that Shri Oscar Fernandesji passed away in a hospital in Mangalore!
— Dr Syed Naseer Hussain-MP, Rajya Sabha (@NasirHussainINC) September 13, 2021
May his soul rest in peace !#RIPOscarFernandes pic.twitter.com/tBEIWcSQ4nDeeply saddened to inform that Shri Oscar Fernandesji passed away in a hospital in Mangalore!
— Dr Syed Naseer Hussain-MP, Rajya Sabha (@NasirHussainINC) September 13, 2021
May his soul rest in peace !#RIPOscarFernandes pic.twitter.com/tBEIWcSQ4n
চলিত বৰ্ষৰ জুলাইত ঘৰত যোগাভ্য়াস কৰি থকাৰ সময়তে মূৰত আঘাতপ্ৰাপ্ত হোৱাত ফাৰ্ণাণ্ডেজক ইয়াত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মূৰত আঘাত পোৱাৰ পাচত তেওঁৰ মগজুত তেজ গোট মাৰিছিল বুলি জানিব পৰা গৈছে ৷
চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাচত প্ৰাক্তন মুখ্যমন্ত্ৰী Siddaramaiah, ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী D K Shivakumar আৰু বিজেপিৰ ৰাজ্যিক সভাপতি Nalin Kumar Kateel আদি নেতাসকলে কংগ্ৰেছৰ প্ৰাক্তন নেতাগৰাকীক হাস্পতালত সাক্ষাৎ কৰিছিল ৷
প্ৰয়াত ফাৰ্ণাণ্ডেজ UPA চৰকাৰৰ অধীনত ভাৰত চৰকাৰৰ Transport, Road and Highways and Labour and Employmentৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ৰাহুল গান্ধীকে ধৰি গান্ধী পৰিয়ালৰ এজন নিকটতম বিশ্বাসী হিচাপে ফাৰ্ণাণ্ডেজ বিবেচিত হৈছিল ৷
লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজক চিকিৎসালয়ত ভৰ্তি