ETV Bharat / bharat

মহিলা সেনাৰ জোৱানৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jan 30, 2021, 9:24 PM IST

ভাৰতীয় স্থল সেনা আৰু নৌসেনাৰ মহিলা বিষয়াৰ স্থায়ী কমিচনৰ সমস্যা সমূহ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আগভাগ লবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ৷

Resolve issue of permanent commission of women army officers
মহিলা সেনাৰ জোৱানৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, 30 জানুৱাৰী : ভাৰতীয় স্থল সেনা আৰু নৌসেনাৰ মহিলা বিষয়াৰ স্থায়ী কমিচনৰ সমস্যা সমূহ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আগভাগ লবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ৷ এই বিষয়ত অতি সোনকালে সেনা বিষয়াৰ সৈতে এক বৈঠকৰ আয়োজন কৰিবলৈ কেন্দ্ৰী চৰকাৰক আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে ৷

শনিবাৰে এক নিৰ্দেশ জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয়, তেওঁলোকে দেশ ৰক্ষাৰ ক্ষেত্ৰত যুদ্ধ কৰি আছে ৷ তেওঁলোকৰ কৰ্তৃপক্ষৰ সৈতে এই বিষয়ত কথা পাতি মহিলা জোৱান সকলৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰক ৷ ন্যায়ালয়ে সঞ্জয় জৈনক (Additional Solicitor General )সমস্যা সমূহ সমাধানত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে, মহিলা সেনা জোৱান সকলে কৰ্মৰত অৱস্থাত বহু আভ্যন্তৰীণ সমস্যা সন্মুখিন হয় ৷ 2020 চনৰ মাৰ্চ মাহটো মহিলা কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷

লগতে পঢ়ক: বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.