ETV Bharat / bharat

মাঙ্গালোৰ বিমানবন্দৰত ১০ লাখ টকাৰ সোণ জব্দ

author img

By

Published : Feb 13, 2021, 9:40 PM IST

শুল্ক বিভাগৰ অভিযানত বিদেশৰ পৰা অহা এজন যাত্ৰীৰ পৰা জব্দ কৰা হয় সোণখিনি । ব্যক্তিজনে কাৰ্বন কাগজেৰে মেৰিয়াই সোণখিনি পেন্ট আৰু বুটামৰ তলত লুকুৱাই আনিছিল ।

মাঙ্গালোৰ বিমানবন্দৰত ১০ লাখ টকাৰ সোণ জব্দ
মাঙ্গালোৰ বিমানবন্দৰত ১০ লাখ টকাৰ সোণ জব্দ

নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: কৰ্ণাটকৰ মাঙ্গালোৰ আন্তৰ্জাতিক বিমানবন্দৰত শুল্ক বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ । অবৈধভাৱে সোণ সৰবৰাহত জড়িত এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰে শুল্ক বিভাগে । বৃহস্পতিবাৰে বিদেশৰ পৰা অহা লোকজনৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১০ লাখ মূল্যৰ ২০০ গ্ৰাম সোণ ।

জানিব পৰা মতে কাৰ্বন কাগজেৰে মেৰিয়াই সোণখিনি পেন্ট আৰু বুটামৰ তলত লুকুৱাই আনিছিল লোকজনে । ইতিমধ্য়ে লোকজনৰ বিৰুদ্ধে শুল্ক বিভাগৰ অধীনৰ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা লগতে তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱানৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.