ETV Bharat / bharat

ৰুড়কেলাত বিষাক্ত গেছ নিৰ্গমন হৈ চাৰিগৰাকীৰ মৃত্যু

author img

By

Published : Jan 6, 2021, 2:11 PM IST

ৰুড়কেলাৰ ষ্টিল প্লাণ্টত সংঘটিত হৈছে গেছ নিৰ্গমনৰ ঘটনা ৷ এই গেছ নিৰ্গমনৰ ফলত 4 গৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটে ৷

Rourkela steel plant toxic gas leak kills 4 several critical etv bharat news
ৰুড়কেলাত বিষাক্ত গেছ নিৰ্গমন

ৰুড়কেলা,6 জানুৱাৰী : ওড়িশাৰ ৰুড়কেলাৰ ষ্টিল প্লাণ্টৰ কয়লাৰ ৰাসায়নিক বিভাগত বিষাক্ত গেছৰ নিৰ্গমন ঘটি সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ এই গেছ নিৰ্গমনৰ ফলত 4 গৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটে ৷ লগতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আন কেইবাজনো ব্যক্তি ৷ ইয়াৰে দুগৰাকীৰ অৱস্থা সংকটজনক ৷ সম্প্ৰতি আক্ৰান্তসকলক ইস্পাত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ষ্টাৰ কনষ্ট্ৰাকছন কোম্পানীত কৰ্মৰত চাৰিগৰাকী কৰ্মচাৰীয়ে কৰ্মত নিয়োজিত থকাৰ সময়তে গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল ৷ যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে কৰ্মচাৰীকেইগৰাকীৰ ৷ বুধবাৰে পুৱা প্ৰায় 9.45 বজাত সংঘটিত হয় এই ঘটনা ৷ এই গেছ নিৰ্গমনৰ ফলত ষ্টিল প্লাণ্ট চৌহদৰ আন 10 গৰাকী ব্যক্তি অসুস্থ হৈ পৰে ৷

বিষাক্ত গেছ নিৰ্গমন হৈ চাৰিগৰাকীৰ মৃত্যু

লগতে চাওকঃ জীৱন চন্দ্ৰ কোঁৱৰক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহীৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.