ETV Bharat / bharat

Relationship Tips: অত্যধিক চিন্তাই আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি ? তেন্তে ব্যৱহাৰ কৰক এইসমূহ পদ্ধতি

সময়ৰ অভাৱ বা অন্য কাৰণত বৰ্তমান সময়ত সম্পৰ্কত অবিৰতভাৱে দূৰত্ব আহিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত যদি আপুনি যিকোনো কথাৰ ওপৰত অতিমাত্ৰা চিন্তা কৰিবলৈ আৰম্ভ কৰে, তেন্তে ই পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে । এনে পৰিস্থিতিত আপুনি অত্যধিক চিন্তাৰ পৰা হাত সাৰিবলৈ এই পদ্ধতিসমূহ গ্ৰহণ কৰিব পাৰে ।

Relationship is getting spoiled due to overthinking so protect your relationship in these ways
অত্যধিক চিন্তাই আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি ? তেন্তে ব্যৱহাৰ কৰক এইসমূহ পদ্ধতি
author img

By

Published : Dec 27, 2022, 7:25 PM IST

পৰিৱৰ্তিত সময়ৰ লগতে আজিকালি সম্পৰ্কবোৰতো বহু পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে । বৰ্তমান সময়ত মানুহে নিজৰ কামত ইমানেই ব্যস্ত যে ইজনে সিজনৰ লগত উপযুক্ত সময় কটাব পৰা নাই(can overthinking kill a relationship) । কেৱল এয়াই নহয়, কামৰ বোজাৰ বাবে মানুহে বেছিভাগ সময় ঘৰৰ বাহিৰতে কটায় । এনে পৰিস্থিতিত সম্পৰ্কত প্ৰায়ে দূৰত্ব আহিবলৈ আৰম্ভ কৰে । যিকোনো সম্পৰ্ক মজবুত কৰিবলৈ ইয়াক সময় দিয়াটো অতি প্ৰয়োজনীয় । কিন্তু সময়ৰ অভাৱ আৰু বেছিভাগেই আঁতৰত থকাৰ বাবে যিকোনো সম্পৰ্কত বিচ্ছেদ হোৱাটো স্বাভাৱিক(overthinking is killing your relationship) ।

দৰাচলতে সময়ৰ অভাৱৰ বাবে মানুহে ইজনে সিজনৰ সৈতে সময় কটাব নোৱাৰে, যাৰ বাবে মানুহৰ মনত বহু ধৰণৰ চিন্তা আহিবলৈ আৰম্ভ কৰে । এই অতিমাত্ৰা চিন্তাৰ বাবেই মানুহে নিজৰ সম্পৰ্ক নষ্ট কৰিবলৈ আৰম্ভ কৰাই নহয়, ঘনিষ্ঠজনকো অসুখী কৰি তোলে । এনে পৰিস্থিতিত এই অতিমাত্ৰা চিন্তাৰ পৰা আপোনাৰ সম্পৰ্কক সুৰক্ষিত ৰখাটো অতি প্ৰয়োজনীয় । এই টিপচ্ সমূহৰ সহায়ত আপুনি আপোনাৰ সম্পৰ্কক অতিমাত্ৰা চিন্তাৰ পৰা ৰক্ষা কৰিব পাৰে(can overthinking ruin your relationship) ।

ডায়েৰীত নিজৰ মনৰ লিখক

কোনো কথা চিন্তা কৰাতকৈ ডায়েৰীত লিখাই ভাল । যদি আপুনি আপোনাৰ সংগীৰ আচৰণ বা আপোনাৰ সম্পৰ্কৰ সৈতে জড়িত যিকোনো ধৰণৰ চিন্তাত অশান্তি পাইছে, তেন্তে ইয়াৰ ওপৰত অতিমাত্ৰা চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি ডায়েৰীত নিজৰ মনৰ কথা লিখিব পাৰে । আপুনি যিবোৰ কথাই আপোনাক উদ্বিগ্নতা অনুভৱ কৰে, সেইবোৰো লিখিব পাৰে ।

সমাধান বিচাৰি উলিয়াওক

যদি আপুনি সঁচাকৈয়ে আপোনাৰ সম্পৰ্কত কিবা বিষয়ক লৈ চিন্তিত, তেন্তে সেইটোৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এটা সমাধান বিচাৰি উলিয়াওক । যদি আপোনাৰ সমস্যাৰ সমাধান আছে, তেন্তে আপুনি অপ্ৰয়োজনীয় চিন্তা-চৰ্চাৰ পৰা বিৰত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত কোনো সমস্যাৰ সৃষ্টি নহ’ব ।

মনটোক অন্য ক্ষেত্ৰত ব্যস্ত ৰাখক

যদি আপোনাৰ সম্পৰ্কত কোনো সমস্যা আছে, তেন্তে আপুনি সেই বিষয়ে বাৰে বাৰে নাভাবিলে ভাল । নিজকে এই কাম কৰাত বাধা দিবলৈ আপুনি নিজকে অন্য ক্ষেত্ৰত ব্যস্ত ৰাখিব পাৰে । সহজ ভাষাত ক’বলৈ গ’লে কাৰোবাৰ কথা বেছিকৈ চিন্তা কৰাৰ পৰিৱৰ্তে বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰি, চিত্ৰকলা, শিল্প, খেল বা আপোনাৰ প্ৰিয় কামবোৰ কৰি সময় কটাব পাৰে(can overthinking affect relationships) ।

গভীৰ টোপনি যাওক

প্ৰায়ে সমস্যাবোৰৰ সমাধান নোপোৱাৰ বাবে আমি অধিক চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ । এনে পৰিস্থিতিত আপোনাৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয় । যদি আপুনি কোনো সমাধান বিচাৰি নাপায়, তেন্তে আপুনি ৮ৰ পৰা ৯ ঘণ্টা সম্পূৰ্ণ টোপনি ল’ব লাগে । সম্পূৰ্ণ টোপনি আহিলে আপোনাৰ মনটো ভালে থকাৰ লগতে সতেজ অনুভৱ হ’ব, এনে কৰিলে আপুনি যিকোনো সমস্যাৰ সমাধান সহজে লাভ কৰিবলৈ সক্ষম হ’ব ।
লগতে পঢ়ক: Yoga for Body Pain: একেৰাহে কম্পিউটাৰৰ সন্মূখত বহি থকাৰ ফলত হোৱা বিষ নিবাৰণ কৰক এইসমূহ যোগাসনেৰে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.