ETV Bharat / bharat

White Hair: বগা চুলিয়ে হ্ৰাস কৰিছে নেকি সৌন্দৰ্যতা ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সামগ্ৰী

author img

By

Published : May 15, 2023, 6:04 PM IST

কম বয়সতে মূৰৰ বগা চুলিয়ে লাজ আৰু আত্মবিশ্বাস হ্ৰাস হোৱাৰ কাৰণ হৈ পৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ আজিৰে পৰা কিছু বিশেষ খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক ।

Reason For Premature White Hair Problem
বগা চুলিয়ে হ্ৰাস কৰিছে সৌন্দৰ্যতা ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সামগ্ৰী

যদি কম বয়সতে মূৰত বগা চুলি ওলাবলৈ আৰম্ভ কৰে, তেন্তে সেয়া অতি হতাশাজনক কথা । বগা চুলি আমাৰ বাবে অনিমন্ত্ৰিত অতিথিৰ দৰে, যাৰ উপস্থিতিয়ে সদায় আমাক কষ্ট দিয়ে । চুলিত মেলানিনৰ অভাৱৰ বাবে এনে অৱস্থাৰ সৃষ্টি হয় (Reason For Premature White Hair Problem)। জিনীয় কাৰণতো বগা চুলি আহিব পাৰে, কিন্তু সাধাৰণতে আমাৰ অগোছাল জীৱনশৈলী, উত্তেজনা আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই হয় (Reason For White Hair Problem)। জানো আহক সেই খাদ্যবোৰ কি, যিসমূহ গ্ৰহণ কৰিলে চুলিৰ বগা হোৱা হ্ৰাস কৰিব পাৰি (Pulses)।

বগা চুলিৰ পৰা আঁতৰাই ৰাখিবলৈ এই খাদ্য খাওক

১/ কাবুলী বুট Chickpeas

ভাৰতৰ বিখ্যাত খাদ্য কাবুলী বুট সাধাৰণতে কাবুলী চোলা প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় (Foods To Prevent White Hair)। কাবুলী বুটত প্ৰচুৰ পৰিমাণে ভিটামিন বি ৯ থাকে । এক কাপ চজিনাত ১১১৪ মাইক্ৰ’গ্ৰাম ভিটামিন B9 থাকে, যিটো দৈনিক প্ৰয়োজনীয় (৪০০ মাইক্ৰ’গ্ৰাম)ৰ প্ৰায় তিনিগুণ ।

২/ চিকেন Chicken

সুস্থ চুলিৰ বাবে আমাক ভিটামিন B12 লাগে । ইয়াৰ বাবে মুৰ্গী মাংসৰ লগতে কণী, গাখীৰ আৰু পনীৰ ল’ব পাৰি । নন-ভেজ (Non-veg) খাবলৈ ভাল পোৱা লোকৰ বাবে মুৰ্গী মাংসৰ লগতে প্ৰায়ে শীৰ্ষ তালিকাত অন্তৰ্ভুক্ত কৰা হয়, কিন্তু মনত ৰাখিব যে ইয়াক নূন্যতম তেলত ৰান্ধিব, নহ’লে কলেষ্টেৰল বৃদ্ধি পাব পাৰে ।

৩/ দাইল Lentils

দৈনিক খোৱা দালিও ভিটামিন B9ৰ প্ৰচুৰ উৎস । ভিটামিন B12ৰ দৰে B9 য়েও DNA আৰু RNA উৎপাদনত সহায় কৰে । ৰক্তকণিকা উৎপাদনৰ বাবেও ই প্ৰয়োজনীয় আৰু চুলিৰ ক’লা ৰং বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ এমিন’ এচিড মিথিঅ’নিন উৎপাদনত ই মুখ্য ভূমিকা পালন কৰে ।

৪/ স্পাইৰুলিনা Spirulina

অপ্ৰাণী খাদ্যৰ কথা ক’বলৈ গ’লে স্পাইৰুলিনাত অধিক পৰিমাণৰ তাম পোৱা যায়। আমাৰ চুলিৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী । ইয়াৰ গুড়ি সাধাৰণতে খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়। উপগ্রীষ্মমণ্ডলীয় জলবায়ুৰ নিমখীয়া হ্ৰদ আৰু মহাসাগৰত স্পাইৰুলিনা প্রাকৃতিকভাৱে গজে ।

লগতে পঢ়ক: Pink Tone Makeup: এইসকল অভিনেত্ৰী পৰা Pink Tone Makeupৰ বাবে লওক আইডিয়া, পাব এক সতেজ লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.