নেশ্যনেল ডেস্ক,২৯ মাৰ্চ: দেশবাসীক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । টুইটযোগে জনোৱা শুভেচ্ছা জনোৱাৰ লগতে ক'ভিড প্ৰট'কল মানি চলিবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ সকলোকে আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।
আনহাতে, পৰিয়ালৰ সৈতে ফাকুৱা উদযাপনৰ ভিডিঅ' শ্বেয়াৰ কৰি কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগীলে লিখিছে যে, "হাঁহি, আনন্দ, ৰঙেৰে সমৃদ্ধ ফাকুৱাই আমাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানসমূহৰ গুৰুত্বৰ বিষয়ে শিকায়" । লগতে প্ৰিয়জনৰ সৈতে ক'ভিডৰ পৰা সুৰক্ষিত ফাকুৱা উদযাপনৰ বাবে সকলোকে আহ্বান জনায় ।
-
हमारे देश की विविधताओं के सभी रंगों के त्यौहार होली की आप सभी को हार्दिक शुभकामनाएँ!
— Rahul Gandhi (@RahulGandhi) March 29, 2021 " class="align-text-top noRightClick twitterSection" data="
कोरोना गाइडलाइंस का पालन करें- सुरक्षित रहें। pic.twitter.com/QFdWk8ps9L
">हमारे देश की विविधताओं के सभी रंगों के त्यौहार होली की आप सभी को हार्दिक शुभकामनाएँ!
— Rahul Gandhi (@RahulGandhi) March 29, 2021
कोरोना गाइडलाइंस का पालन करें- सुरक्षित रहें। pic.twitter.com/QFdWk8ps9Lहमारे देश की विविधताओं के सभी रंगों के त्यौहार होली की आप सभी को हार्दिक शुभकामनाएँ!
— Rahul Gandhi (@RahulGandhi) March 29, 2021
कोरोना गाइडलाइंस का पालन करें- सुरक्षित रहें। pic.twitter.com/QFdWk8ps9L
কংগ্ৰেছৰ সাধাৰণ সম্পাদকে টুইটযোগে সকলোকে ৰঙৰ উৎসৱ শুভেচ্ছা জনাই এই আবিৰে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে । COVID-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে নিৰ্ধাৰিত নিৰ্দেশনা মানি আজি সমগ্ৰ দেশতে ফাকুৱা উদযাপন কৰা হৈছে ।
লগতে পঢ়ক:দেশবাসীক ৰাষ্ট্ৰপতিৰ হোলীৰ শুভেচ্ছা