নিউজ ডেস্ক, 8 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এইমছত ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাচত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৷
-
Got my second dose of the COVID-19 vaccine at AIIMS today.
— Narendra Modi (@narendramodi) April 8, 2021 " class="align-text-top noRightClick twitterSection" data="
Vaccination is among the few ways we have, to defeat the virus.
If you are eligible for the vaccine, get your shot soon. Register on https://t.co/hXdLpmaYSP. pic.twitter.com/XZzv6ULdan
">Got my second dose of the COVID-19 vaccine at AIIMS today.
— Narendra Modi (@narendramodi) April 8, 2021
Vaccination is among the few ways we have, to defeat the virus.
If you are eligible for the vaccine, get your shot soon. Register on https://t.co/hXdLpmaYSP. pic.twitter.com/XZzv6ULdanGot my second dose of the COVID-19 vaccine at AIIMS today.
— Narendra Modi (@narendramodi) April 8, 2021
Vaccination is among the few ways we have, to defeat the virus.
If you are eligible for the vaccine, get your shot soon. Register on https://t.co/hXdLpmaYSP. pic.twitter.com/XZzv6ULdan
প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক গ্ৰহণৰ পাচত টুইট কৰি কয় যে, "আজি মই এইমছত ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰো ৷ ক’ৰণা মহামাৰীক প্ৰতিহত কৰিবলৈ আমাৰ ওচৰত থকা উপায়সমূহৰ অন্যতম হৈছে প্ৰতিষেধক গ্ৰহণ কৰা । ক’ৰণা প্ৰতিষেধক গ্ৰহণ বাবে http://CoWin.gov.in ত পঞ্জীয়ন কৰক।" মোডীয়ে 1 মাৰ্চত ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক : ক'ভিড-19 : ৰাজনৈতিক অনুষ্ঠানৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ নিষেধাজ্ঞা