ETV Bharat / bharat

Droupadi Murmu pays tributes at Raj Ghat: ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি দ্ৰৌপদী মূৰ্মুৰ

author img

By

Published : Jul 25, 2022, 10:44 AM IST

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত 'ৰাষ্ট্ৰপিতা' মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (President-elect Droupadi Murmu paid homage to Mahatma Gandhi)। ইয়াৰ পিছতে তেওঁ সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰে (Murmu will take oath as President of India)।

g
Droupadi Murmu pays tributes at Raj Ghat : ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি দ্ৰৌপাদী মুৰ্মুৰ

নেচনেল ডেস্ক,২৫ জুলাই: নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে দেশৰ ৰাজধানীৰ ৰাজঘাটত 'ৰাষ্ট্ৰপিতা' মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (President-elect Droupadi Murmu paid homage to Mahatma Gandhi)। ইয়াৰ পিছত তেওঁ সংসদৰ কেন্দ্ৰীয় হলত দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে ললে শপত (Murmu will take oath as President of India)।

উল্লেখ্য় যে দ্ৰৌপদী মূৰ্মুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ আদৰি নিয়ে । দ্ৰৌপাদী মূৰ্মু তাত উপস্থিত হোৱাৰ পিছত চেণ্ট্ৰেল হলত ৰাষ্ট্ৰীয় সংগীত বজোৱা হয় । ইয়াৰ পিছত দ্ৰৌপদী মূৰ্মুয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ উপস্থিতিত শপত বাক্য পাঠ কৰে ।

যোৱা 22 জুলাইত ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল মূৰ্মুৱে তেওঁৰ প্ৰতিদ্বন্দী যশৱন্ত সিনহাৰ বিৰুদ্ধে বিজয়ী হৈ দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱা ভাৰতৰ প্ৰথম গৰাকী জনজাতীয় মহিলা । উল্লেখ্য় যে বৃহস্পতিবাৰে ভোট গণনা সমাপ্ত হোৱাৰ পিছত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক আনুষ্ঠানিকভাৱে দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক:25th July holds special role in Indian history: সোমবাৰে পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল'ব দ্ৰৌপদী মূৰ্মুৱে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.