ETV Bharat / bharat

নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ - কেন্দ্ৰীয় সংসদ ভৱনৰ নিৰ্মাণকাৰ্য

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদ ভৱনৰ পৰিসৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণকাৰ্যত জড়িত হৈ থকা সংস্থাসমূহক বিশেষ নিৰ্দেশনা প্ৰদান কৰে ৷

নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ
নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ
author img

By

Published : Nov 17, 2020, 7:58 AM IST

নিউজ ডেস্ক, 17 নৱেম্বৰ : কেন্দ্ৰীয় সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে ৷ সংসদ ভৱনৰ সীমাৰ বেৰসমূহত বেৰিকেড প্ৰদান কৰাৰ লগতে ধূলি আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ জাল তৰি দিয়া হৈছে ৷ নিৰ্মাণকাৰ্যৰ কাম আগন্তুক ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু 2022ৰ অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদ ভৱনৰ পৰিসৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণকাৰ্যত জড়িত হৈ থকা সংস্থাসমূহক বিশেষ নিৰ্দেশনা প্ৰদান কৰে ৷

এই প্ৰকল্পৰ সৈতে জড়িত থকা বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি নিৰ্মাণকাৰ্যৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ নিৰ্দিষ্ট নীতি নিয়মৰ ভিতৰত নিৰ্ধাৰিত সময়ত নিৰ্মাণকাৰ্য চলাই নিয়া হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : তুষাৰপাতৰ বাবে বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.