ETV Bharat / bharat

অব্যাহত আছে পঞ্জাৱৰ দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মতানৈক্য - নৱজ্যোত সিং সিদ্ধুৰ

অব্যাহত আছে পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী কেপ্টেইন (অৱসৰপ্ৰাপ্ত) অমৰিন্দৰ সিং আৰু নভজোত সিং সিদ্ধুৰ মাজৰ মতভেদ ৷ মতানৈক্য দূৰ কৰাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰি দিয়া পেনেলটোৱে বিগত সপ্তাহটোত 50 গৰাকী বিধায়ক সাক্ষাৎ কৰি বিষয়টোৰ ওপৰত আলোচনা কৰে ৷

political conflict stays two congress senior leader of punjab
অব্যাহত আছে পঞ্জাৱৰ দুই জোষ্ঠ কংগ্ৰেছ নেতাৰ মতানৈক্য
author img

By

Published : Jun 13, 2021, 10:45 PM IST

নেচনেল ডেক্স, 13 জুন : পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী কেপ্টেইন (অৱসৰপ্ৰাপ্ত) অমৰিন্দৰ সিং আৰু নভজোত সিং সিদ্ধুৰ মাজৰ মতভেদ অব্যাহত আছে ৷ মতভেদ দূৰ কৰাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰি দিয়া মল্লিকাৰ্জুন খৰ্গে, হৰিশ ৰাৱট আৰু জে পি আগৰৱালাৰ পেনেলটোৱে দেওবাৰে কংগ্ৰেছ দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীক সাক্ষাৎ কৰে ৷ এঘন্টা জোৰা সাক্ষাতত বিষয়টোৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷

কংগ্ৰেছ দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে গঠন কৰি দিয়া পেনেলটোৱে বিগত সপ্তাহটোত পঞ্জাৱৰ কংগ্ৰেছৰ 50 গৰাকী বিধায়কক সাক্ষাৎ কৰি বিষয়টোৰ ওপৰত আলোচনা কৰে ৷ উল্লেখ্য যে, আগন্তুক বৰ্ষত পঞ্জাৱত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দুয়োজন নেতাৰ মতানৈক্যই যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলায় তাৰ বাবে ছোনিয়া গান্ধীয়ে পেনেলটোক অতি সোনকালে সমাধানৰ পথ উলিয়াবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : গীতানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ ৫ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.