ETV Bharat / bharat

PM Modi mother hospitalized: প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি

author img

By

Published : Dec 28, 2022, 1:29 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক (Hiraben Modi admitted to hospital) ৷ মাতৃৰ কাষলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ৷

PM Modi mother hospitalized
প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীক চিকিৎসালয়ত ভৰ্তি (PM Modi mother hospitalized)
  • ইউ এন মেহতা হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰধানমন্ত্ৰীৰ মাতৃক
  • স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় হীৰাবেন মোদীক (Hiraben Modi admitted to hospital)
  • মাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি আহমেদাবাদলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদী (PM Modi to visit Ahmadabad)
  • মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে
  • ইউ এন মেহতা চিকিৎসালয়তো দেখা গৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.