ETV Bharat / bharat

OMICRON ৰ ভয়াৱহতাৰ মাজতে দেশবাসীক কি পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

author img

By

Published : Dec 25, 2021, 10:33 PM IST

Updated : Dec 25, 2021, 10:49 PM IST

সমগ্ৰ দেশতে ভয়াৱহভাৱে ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েন্ট সংক্ৰমণ হৈ থকাৰ সময়তে দেশবাসীক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ (PM Modi's Speech to nation) ৷ সবিশেষ জানো আহক ৷

PM Modi's Speech to nation during Increasing OMICRON cases in India
OMICRON ৰ ভয়াৱহতাৰ মাজতে দেশবাসীক কি পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, 25 ডিচেম্বৰ : দেশবাসীক উদ্দেশ্য কৰি শনিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা ভাষণত (PM Modi's Speech to nation) তেওঁ উল্লেখ কৰিছে, " ভাৰতে শীঘ্ৰেই নাকৰ ভেকছিন আৰম্ভ কৰিব " ৷ ক’ভিড-১৯ৰ অতি সংক্ৰামক অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি (Increasing OMICRON cases in India) পোৱাৰ মাজতে এই আকস্মিক ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ভাৰতে অনাগত বছৰটোৰ ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ সকলৰ টিকাকৰণ আৰম্ভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে (Vaccination for minors) ৷

স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক অহা বছৰৰ ১০ জানুৱাৰীৰ পৰা সাৱধানতামূলক পালি প্ৰদান কৰা হ'ব । 60 বছৰৰ অধিক বয়সৰ লোক যাৰ সহ-ৰোগ(comorbidities) আছে তেওঁলোকেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি বুষ্টাৰ পালি গ্ৰহণ কৰাৰ বিকল্প থাকিব । এই কাৰ্য ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ।

তেওঁ পুনৰ কয় যে, যি সময়ত মানুহে নতুন বছৰটোক আশা আৰু আনন্দ উৎসৱৰ সৈতে স্বাগতম জনোৱাৰ বাবে প্ৰস্তুতি চলাই আছে, সেই একে সময়তে ৰাইজ সাৱধান হোৱাৰো সময় হৈছে , কিয়নো অতি সংক্ৰামক অ’মিক্ৰণৰ সংক্ৰমণত ইতিমধ্যে আক্ৰান্ত হৈছে বহুজন ৷

লগতে পঢ়ক : Omicron cases in India: জানুৱাৰীৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব ত্ৰিপুৰা চৰকাৰে

Last Updated : Dec 25, 2021, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.