ETV Bharat / bharat

প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Dec 18, 2020, 8:26 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক প্ৰশংসা আগবঢ়ায় ৷ এখন মুকলি পত্ৰৰ জৰিয়তে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰা টোমৰক প্ৰশংসা কৰি মোডীয়ে এই পত্ৰ কৃষকসকলক পঢ়িবলৈ আহ্বান জনায় ৷

কৃষক বিদ্ৰোহ
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক প্ৰশংসা আগবঢ়ায় ৷ এখন মুকলি পত্ৰৰ জৰিয়তে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰা টোমৰক প্ৰশংসা কৰি মোডীয়ে এই পত্ৰ কৃষকসকলক পঢ়িবলৈ আহ্বান জনায় ৷

  • कृषि मंत्री @nstomar जी ने किसान भाई-बहनों को पत्र लिखकर अपनी भावनाएं प्रकट की हैं, एक विनम्र संवाद करने का प्रयास किया है। सभी अन्नदाताओं से मेरा आग्रह है कि वे इसे जरूर पढ़ें। देशवासियों से भी आग्रह है कि वे इसे ज्यादा से ज्यादा लोगों तक पहुंचाएं। https://t.co/9B4d5pyUF1

    — Narendra Modi (@narendramodi) December 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষক ভাই-ভগ্নীসকললৈ এখন পত্ৰ প্ৰেৰণৰ জৰিয়তে এক সন্মানজনক বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছে ৷ মই সকলো কৃষককে এই পত্ৰ অধ্যয়নৰ বাবে আহ্বান জনাইছো ৷ এই পত্ৰ সকলোৰে মাজত প্ৰচাৰ কৰিবলৈ দেশবাসীকো আহ্বান জনাইছো ৷"

  • मैं किसान भाइयों को विश्वास दिलाता हूँ कि देश में अगर कोई आपके हितों के बारे में सोचता है और आपकी आय को दोगुना करने के लक्ष्य को पूरा कर सकता है तो वो सिर्फ और सिर्फ @narendramodi जी हैं।

    60 साल तक आपके अधिकारों को लूटने वाले लोग आपको सिर्फ गुमराह कर रहें।#ModiWithFarmers https://t.co/sXKM597Mzy

    — Amit Shah (@AmitShah) December 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই পত্ৰ ৰিটুইট কৰে আৰু কয় যে, কেৱল প্ৰধানমন্ত্ৰী মোডীয়েহে সকলো কৃষকৰ আয় দুগুণ কৰিব পাৰিব আৰু 60 বছৰ ধৰি তেওঁলোকক শোষণ কৰি অহা লোকসকলে তেওঁলোকক বিপথে পৰিচালিত কৰিছে ৷

লগতে পঢ়ক : ক'ভিড-19 প্ৰতিষেধকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.