ETV Bharat / bharat

মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ৰ 'ৰাজ্য়িক দিৱস'ৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ে বৃহস্পতিবাৰে পালন কৰে 'ৰাজ্য়িক দিৱস'ৰ

মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ৰ 'ৰাজ্য়িক দিৱস'ৰ শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টুইট । তিনিওখন ৰাজ্য়ৰে নাগৰিকক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোডীয়ে ।

মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ৰ 'ৰাজ্য়িক দিৱস'ত বিশেষ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 21, 2021, 1:18 PM IST

নিউজ ডেস্ক,২১ জানুৱাৰী : উত্তৰ পূবৰ তিনিখন ৰাজ্য় ক্ৰমে মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ে বৃহস্পতিবাৰে পালন কৰে 'ৰাজ্য়িক দিৱস'ৰ । এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা জনালে ৰাজ্য় কেইখনৰ প্ৰতিগৰাকী নাগৰিকক । মণিপুৰৰ বিষয়ে টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ উন্নয়নত যথেষ্ট অৰিহণা আছে ৰাজ্য়খনৰ । সমান্তৰালকৈ মণিপুৰবাসীক শুভেচ্ছা জনাই তেওঁ কয় যে ৰাজ্য়খন নতুনত্ব উদ্ভাৱন আৰু ক্ৰীড়া প্ৰতিভাৰ এক ভঁৰালস্বৰূপ। ৰাজ্য়খনৰ প্ৰগতিৰ দিশত অগ্ৰগতিৰ বাবেও শুভকামনা জনাই প্ৰধানমন্ত্ৰী মোডীয়ে ।

  • Statehood Day greetings to the people of Manipur. India is proud of Manipur’s contribution to national development. Manipur is a powerhouse of innovation and sporting talent. I wish the state the very best in its journey towards progress.

    — Narendra Modi (@narendramodi) January 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ত্ৰিপুৰাৰ নাগৰিককো শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য়খনৰ লোকসকলৰ সংস্কৃতি আৰু উদাৰ মনৰ বাবে সমগ্ৰ দেশতে প্ৰশংসাৰপাত্ৰ ত্ৰিপুৰাবাসী । লগতে তেওঁ কয় যে ৰাজ্য়খনে বিভিন্ন ক্ষেত্ৰত প্ৰগতি লাভ কৰিছে আৰু এই ধাৰা অব্য়াহত থাকিব বুলি আশা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

  • Best wishes to the people of Tripura on the special occasion of their Statehood Day. The culture and warm-hearted nature of the people of Tripura is admired across India. The state has achieved outstanding progress in various fields. May the same spirit continue.

মেঘালয়বাসীকো 'ৰাজ্য়িক দিৱস'ৰ শুভেচ্ছা জনাই তেওঁ কয় যে ৰাজ্য়খনৰ নাগৰিকৰ উদাৰতা আৰু বন্ধুত্বসুলভ স্বভাৱ সদায় পৰিচিত । মেঘালয়ৰ যুৱ সমাজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোক প্ৰতিভাসম্পন্ন আৰু উদ্য়মী আৰু তেওঁলোকৰ এই গুণে আগন্তুক দিনত ৰাজ্য়খনক অগ্ৰগতিৰ দিশত নতুন স্থানত ৰাখিব বুলিও আশাবাদী প্ৰধানমন্ত্ৰীগৰাকী ।

  • On their Statehood Day, greetings to my sisters and brothers of Meghalaya. This state is known for its remarkable kindness and spirit of brotherhood. Youngsters from Meghalaya are creative and enterprising. May the state keep scaling new heights of progress in the times to come.

লগতে পঢ়ক :ছিক্কিম ফিল্ম চিটি সন্দৰ্ভত আলোচনা মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.