ETV Bharat / bharat

Petrol Diesel Price : দেওবাৰৰ দিনটোত অপৰিৱৰ্তিত মূল্য

author img

By

Published : Nov 21, 2021, 2:00 PM IST

দেওবাৰৰ দিনটোত অপৰিৱৰ্তিত হৈ আছে পেট্ৰ’ল-ডিজেল(Petrol Diesel Price)ৰ মূল্য ৷ সেই অনুসৰি দেওবাৰে পেট্ৰ’লৰ মূল্য হৈছে প্ৰতি লিটাৰত 103.97 টকা ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে 86.29 টকা ৷

Petrol Diesel Price
দেওবাৰৰ দিনটোত অপৰিৱৰ্তিত মূল্য

নিউজ ডেস্ক, 21 নৱেম্বৰ : বিগত মাহত প্ৰায় প্ৰতিদিনে পেট্ৰ’ল-ডিজেল(Petrol Diesel Price)ৰ দাম বৃদ্ধি পাইছিল ৷ পৰৱৰ্তী সময়ত কিছু হ্ৰাস পায় এই মূল্য ৷ দেওবাৰৰ দিনটোত এই মূল্য অপৰিৱৰ্তিত হৈ থকা বুলি জানিব পৰা গৈছে ৷

সেই অনুসৰি, দেওবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 103.97 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে 86.29 টকা ৷ উল্লেখ্য যে, শনিবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লত ৫ টকা আৰু ডিজেলত ১০ টকা আবকাৰী শুল্ক হ্ৰাস কৰিছিল ৷

বিগত অক্টোবৰ মাহত বিশ্বৰ আগশাৰীৰ তৈল কোম্পানীবোৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে বহু কেইবাৰ আলোচনাত মিলিত হৈছিল ৷ তাৰপিছতে কিছু পৰিমাণে হ্ৰাস পায় পেট্ৰ’ল-ডিজেল(Reduce price of petrol diesel)ৰ বৰ্ধিত মূল্য ৷

লগতে চাওক: মূল্যবৃদ্ধি : পানীত হাঁহ নচৰা অৱস্থা সাধাৰণ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.