ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ চাম্বাত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ - জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত যুদ্ধবিৰতি উলংঘা

সোমবাৰে পুৱাৰ ভাগত পাক সেনাই পুনৰবাৰ ভংগ কৰে যুদ্ধ বিৰতি । যোৱা দুটা মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত যুদ্ধবিৰতি উলংঘা কৰে ।

Pakistan violates ceasefire in J-K's Samba sector
জম্মু-কাশ্মীৰৰ চাম্বাত পুনৰবাৰ যুদ্ধ বিৰতি ভংগ পাক সেনাৰ
author img

By

Published : May 3, 2021, 2:02 PM IST

নেশ্যনেল ডেস্ক, ৩ মে': জন্মু-কাশ্মীৰত পুনৰ পাক-সেনাৰ যুদ্ধ বিৰতি উলংঘা কৰে । সোমবাৰে পুৱাৰ ভাগত পাক সেনাই পুনৰবাৰ ভংগ কৰে যুদ্ধ বিৰতি । যোৱা দুটা মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত যুদ্ধবিৰতি উলংঘা কৰে । সীমান্ত সুৰক্ষা বাহিনীয়ে এই কথা অৱগত কৰে ।

যোৱা ২৪-২৫ ফেব্ৰুৱাৰীৰ মাজনিশা পাক সেনাই যুদ্ধবিৰতি উলংঘা কৰাৰ পাচত সোমবাৰে পুৱাই ৬ বজাত পুনৰবাৰ ভংগ কৰে যুদ্ধ বিৰতি । ২৪ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানে এক যুটীয়া বিবৃতি প্ৰকাশ কৰি কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত হটলাইন যোগাযোগৰ বাবে এক প্ৰণালী স্থাপনৰ সন্দৰ্ভত আলোচনা কৰা হয় । ২৫ ফেব্ৰুৱাৰীৰ পৰা নিয়ন্ত্ৰণ ৰেখাত আৰম্ভ হোৱা যুদ্ধবিৰতিৰ বাবেও দুয়োপক্ষই সন্মত হৈছিল । পাকিস্তানে চলিত বৰ্ষৰ যোৱা ৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবানী চেক্টৰত নিয়ন্ত্ৰণ ৰেখাত শেষবাৰৰ বাবে অপ্ৰত্যাশিত যুদ্ধবিৰতি উলংঘন কৰিছিল । ফলত এজন চিপাহীৰ মৃত্যু হৈছিল ।

লগতেপঢ়ক: বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ প্ৰেৰণ জাৰ্মানীৰ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.