ETV Bharat / bharat

নাগালেণ্ডত গ্ৰেপ্তাৰ NSCN(IM)ৰ সদস্য় - ৰাইফলছৰ

নাগালেণ্ডত অসম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ এন এচ চি এন (আইএম)ৰ সদস্য় । অভিযানত জব্দ কৰা হয় এটা .৩২ এম এম পিষ্টল আৰু এটা মেগজিনসহ বহু আপত্তিজনক সামগ্ৰী ।

নাগালেণ্ডত গ্ৰেপ্তাৰ NSCN(IM)ৰ সদস্য়
নাগালেণ্ডত গ্ৰেপ্তাৰ NSCN(IM)ৰ সদস্য়
author img

By

Published : Jan 2, 2021, 9:20 PM IST

নেশ্য়নেল ডেস্ক, ২ জানুৱাৰী: নাগালেণ্ডত অসম ৰাইফলছৰ এক বিশেষ অভিযান । ৰাজ্য়খনৰ ম'ন জিলাত চলা অভিযানত শনিবাৰে অসম ৰাইফলছৰ দলটোৱে গ্ৰেপ্তাৰ কৰে নেশ্য়নেল ছচিঅ'লিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড চমুকৈ এন এচ চি এনৰ এজন অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক । লগতে অভিযানত জব্দ কৰা হয় এটা .৩২ এম এম পিষ্টল আৰু এটা মেগজিন ।

অভিযানৰ পাছতে বিভাগীয় কতৃপক্ষই টুইটযোগে জনোৱা মতে, নাগালেণ্ডৰ পুখটংগত চলা এই অভিযানত এন এচ চি এন (আইএম)ৰ সদস্য়জনৰ পৰা জব্দ কৰা পিষ্টল আৰু মেগজিনসহ বিভিন্ন সামগ্ৰী ইতিমধ্য়ে স্থানীয় আৰক্ষীলৈ হস্তান্তৰ কৰা হৈছে ।

লগতে পঢ়ক : জম্মুত পুনৰ যুদ্ধবিৰতি উলংঘণ পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.