ETV Bharat / bharat

কৰ'ণা প্ৰতিষেধক বিক্ৰীৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি

author img

By

Published : Apr 17, 2021, 3:33 PM IST

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে প্ৰতিষেধক সন্দৰ্ভত বিশেষ চিঠি প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোডীলৈ । চিঠিখনৰ জৰিয়তে প্ৰতিষেধক মুকলি বজাৰত উপলব্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে নবীন পাটনায়কে ।

বজাৰত কৰ'ণা প্ৰতিষেধক বিক্ৰীৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ চিঠি ওড়িশাৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: দেশত বৃদ্ধি হোৱা কৰ'ণা সংক্ৰমণৰ ঘটনাই এতিয়া চিন্তাত পেলাইছে সকলোকে । অৱশ্যে দেশজুৰি কৰ'ণা প্ৰতিষেধক প্ৰদানৰ অভিযান অব্যাহত আছে যদিও সকলোৱে লাভ কৰা নাই প্ৰতিষেধক । বহু স্থানত প্ৰতিষেধক নাটনিৰো ঘটনা পোহৰলৈ আহিছে ।

ইয়াৰ মাজতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এখন চিঠিয়ে বিশেষ চৰ্চা লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই চিঠিখন প্ৰেৰণ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । চিঠিখনৰ জৰিয়তে প্ৰতিষেধক মুকলি বজাৰত উপলব্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে নবীন পাটনায়কে ।

চৰকাৰীভাৱে প্ৰতিষেধক প্ৰদানৰ উপৰিও মুকলি বজাৰত উপলব্ধ হ'লে যিসকলে ক্ৰয় কৰিবলৈ সামৰ্থ হ'ব তেওঁলোকে প্ৰতিষেধক লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুকলি বজাৰত প্ৰতিষেধকৰ বিক্ৰী উপলব্ধ হ’লে চৰকাৰে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলিও চিঠিখনত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সমান্তৰালকৈ বিশ্বাসযোগ্য সংস্থা অথবা চৰকাৰৰ দ্বাৰা বিশ্বজুৰি অনুমোদিত প্ৰতিষেধক যোগানৰ বাবেও প্ৰধানমন্ত্ৰীক আহ্বান জনাই ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ।

লগতে পঢ়ক: লালকিল্লাৰ হিংসাত্নক ঘটনাৰে জড়িত অভিনেতা দীপ সিদ্ধুক জামিন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.