ETV Bharat / bharat

আজি নীতিশ কুমাৰ মন্ত্ৰীসভাৰ শপত - Nitish cabinet expansion

মঙলবাৰ অৰ্থাৎ আজি সম্প্ৰসাৰিত হ'ব নীতিশ কুমাৰৰ কেবিনেট(Nitish cabinet expansion) । ৰাজভৱনত নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে(Nitish New cabinet oath Ceremony) । সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত নতুন মন্ত্ৰীৰ এখন তালিকা দাখিল কৰিছে ।

nitish new cabinet oath ceremony today
আজি শপত গ্ৰহণ কৰিব মহাজোটৰ নতুন মন্ত্ৰীসকলে
author img

By

Published : Aug 16, 2022, 9:45 AM IST

নেশ্যনেল ডেস্ক,১৬ আগষ্ট: মঙলবাৰে পুৱা ১১:৩০ বজাত সম্প্ৰসাৰিত হ'ব নীতিশ কুমাৰৰ কেবিনেটৰ(Nitish cabinet expansion) । আজি শপত গ্ৰহণ কৰিব মহাজোটৰ নতুন মন্ত্ৰীসকলে(Nitish New cabinet oath Ceremony) । ইতিমধ্যে বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ বিষয়টোক লৈ উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে । তেজস্বী যাদৱ দিল্লীৰ পৰা পাটনালৈ উভতি অহাৰ পিছতহে মন্ত্ৰীসভাত যোগদান কৰিব লগা মন্ত্ৰীসকলৰ তালিকা মনোনীত কৰা হৈছিল । ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত এখন তালিকা দাখিল কৰিছিল বুলি জানিব পৰা গৈছে ।

ৰাজভৱনৰ সূত্ৰই জনোৱা তথ্য অনুসৰি, মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি চলি আছে । সোমবাৰে ১৫ আগষ্টৰ বন্ধৰ স্বত্বেও এই প্ৰস্তুতি অব্যাহত ৰাখিছিল বুলি জানিব পৰা যায় । অৱশ্যে, শপত গ্ৰহণ অনুষ্ঠানৰ বিষয়ে এতিয়াও কোনো তথ্য আনুষ্ঠানিকভাবে সদৰী কৰা হোৱা নাই ।

আন এক খবৰ অনুসৰি নীতিশ কুমাৰে বেছিভাগ পুৰণি মন্ত্ৰীক সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে । দুই-তিনিজন লোকৰ বাহিৰে,বেছিভাগ জ্যেষ্ঠ লোকে শপত গ্ৰহণ কৰিব । জামা খান, জয়ন্ত ৰাজ আৰু অশোক চৌধুৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে । সেয়েহে সঞ্জয় ঝা বিজয় চৌধুৰী, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ যাদৱে মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক: সিংহয়ো উদযাপন কৰিলে স্বাধীনতাৰ অমৃত মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.