ETV Bharat / bharat

মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা

author img

By

Published : Apr 14, 2021, 5:48 PM IST

মঙলবাৰে মিজোৰামত নতুনকৈ 30 জন ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ৷ বুধবাৰে নতুনকৈ 3 গৰাকী ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ৷

মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা
মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা

মিজোৰাম,14 এপ্ৰিল: মঙলবাৰে মিজোৰামত নতুনকৈ 30 জন ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ মিজোৰামৰ জোৰাম মেডিকেল কলেজত (জেডএমচি)ত 129 ব্যক্তিৰ শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে 3 গৰাকী ব্যক্তিৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰে 22 ৰ পৰা 44 বছৰীয়া দুই পুৰুষ আৰু এগৰাকী মহিলা ৷ কৰ’ণাৰ দ্বিতীয় ঢৌত মিজোৰামৰ বিভিন্ন জিলাৰ পৰা 61 টা নমুনা সংগ্ৰহ কৰা হয় যদিও ইয়াৰে এজনৰ দেহত ভাইৰাছবিধ ধৰা পৰে ৷

মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা
মিজোৰামত ক’ভিড-19 ৰ ভয়াৱহতা

মিজোৰামত এতিয়ালৈ সৰ্বমুঠ 1700 টা পৰীক্ষা কৰা হয় ৷ তাৰ ভিতৰত 26 গৰাকীৰ দেহত ক’ভিড 19 ধৰা পৰে ৷ ইয়াৰে 15 গৰাকী মহিলা আৰু 11 পুৰুষ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মিজোৰামত 2021 চনৰ 13 এপ্ৰিললৈকে সৰ্বমুঠ 4685 গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তি ধৰা পৰিছে ৷ ইয়াৰে 4469 গৰাকীকৈ ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 12 গৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়ক : মোডী আৰু মমতা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি : আছাদুদ্দিন ওৱেছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.