ETV Bharat / bharat

ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা গ্ৰেনাইটৰ প্ৰতিমূৰ্তি (Netaji statue to be installed at India Gate) ৷ গ্ৰেনাইটৰ এই মূৰ্তি সাজু নোহোৱালৈকে সেই স্থানত নেতাজীৰ এটা হল’গ্ৰাম মূৰ্তি স্থাপন কৰা হ'ব ৷

author img

By

Published : Jan 22, 2022, 1:16 PM IST

netaji-subhas-chandra-bose-statue-to-be-installed-at-india-gate-says-pm-modi
ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদৰি কৰে যে, ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা গ্ৰেনাইট প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব (Granite statue of Netaji in India Gate) ৷ যি সময়ত ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ শিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একত্ৰিত হোৱাৰ বাবে বাবে কেন্দ্ৰীয় চৰকাৰক বিৰোধী দলসমূহক লক্ষ্য কৰি লৈছে (Amar Jawan jyoti controversy), সেই সময়তে প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰিছে ৷

উল্লেখ্য যে, ১৯৭২ চনৰ ২৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অমৰ জোৱান জ্যোতি উদ্বোধন কৰিছিল । সেনা বিষয়াসকলে জানিবলৈ দিয়া মতে, অমৰ জোৱান জ্যোতিক শুকুৰবাৰে আবেলি ইণ্ডিয়া গেটৰ আনটো ফালে মাত্ৰ ৪০০ মিটাৰ দূৰত্বত অৱস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত জ্বলন্ত শিখাৰে একত্ৰিত কৰা হ'ব ৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "যি সময়ত দেশখনে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী (125th birth anniversary of Netaji Subhas Chandra Bose) উদযাপন কৰি আছে, সেই সময়ত ইণ্ডিয়া গেটত গ্ৰেনাইটেৰে নিৰ্মিত তেওঁৰ এটা বিশাল মূৰ্তি স্থাপন কৰা হ'ব বুলি আপোনালোক জনাবলৈ পাই মই আনন্দিত হৈছো'' ৷

  • At a time when the entire nation is marking the 125th birth anniversary of Netaji Subhas Chandra Bose, I am glad to share that his grand statue, made of granite, will be installed at India Gate. This would be a symbol of India’s indebtedness to him. pic.twitter.com/dafCbxFclK

    — Narendra Modi (@narendramodi) January 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে কয় যে, নেতাজীৰ গ্ৰেনাইটৰ মূৰ্তি সাজু নোহোৱালৈকে সেই স্থানত নেতাজীৰ এটা হল’গ্ৰাম মূৰ্তি স্থাপন কৰা হ'ব ৷ নেতাজীৰ জন্মজয়ন্তী উপলক্ষে ২৩ জানুৱাৰীত তেওঁ এই হল’গ্ৰাম মূৰ্তিটো উৎসৰ্গা কৰা হ’ব ৷

লগতে পঢ়ক : ৭৬ বছৰ পাছত অৰুণাচলত ওলাল দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধ বিমানৰ ধ্বংসাৱশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.