নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: মহাৰাষ্ট্ৰৰ মলাড, অন্ধেৰি, লোখণ্ডৱালা, খাৰঘৰ আৰু কোপাৰখাইৰানেত নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে নাৰকটিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ অভিযান।
![ncb-raids-underway-at-five-locations-in-mumbai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:11:36:1604828496_9475217_413_9475217_1604823053177.png)
উল্লেখ্য যে, অন্ধেৰি আৰু খাৰঘৰত চলা এন চি বিৰুদ্ধে অভিযানত ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰা হয়।
লগতে পঢ়কঃগুজৰাটত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে ৰৌপেক্স ফেৰী সেৱা