ETV Bharat / bharat

National Safe Motherhood Day 2023: ভাৰতত কিয় প্ৰতি বছৰে মৃত্যু হয় ৪৫ হাজাৰতকৈও অধিক মাতৃৰ - ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱস ইতিহাস

ভাৰতত প্ৰতি বছৰে ১১ এপ্ৰিলত ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস ২০২৩ পালন কৰা হয় । মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ জন্ম বাৰ্ষিকীৰ দিনা ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস পালন কৰা হয় ।

National Safe Motherhood Day 2023 What Is The History And Importance Of National Safe Motherhood Day
ভাৰতত কিয় প্ৰতি বছৰে মৃত্যু হয় ৪৫ হাজাৰতকৈও অধিক মাতৃৰ
author img

By

Published : Apr 11, 2023, 3:54 AM IST

মহিলাসকলৰ উপযুক্ত স্বাস্থ্যসেৱা আৰু গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাসকলৰ বাবে প্ৰসূতিৰ অন্য সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ১১ এপ্ৰিলত ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস পালন কৰা হয় । ইফালে প্ৰতি বছৰে বিশ্বজুৰি লাখ লাখ মাতৃৰ মৃত্যু হোৱাত বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে । কিন্তু ভাৰততো মাতৃৰ মৃত্যুৰ হাৰ অতি চিন্তাজনক ।

মহিলাসকলৰ ৰক্তহীনতা হ্ৰাস, প্ৰতিষ্ঠানিক প্ৰসৱ, প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পিছৰ উন্নত স্বাস্থ্যসেৱা আদিৰ ওপৰতো এই দিৱসত গুৰুত্ব আৰোপ কৰা হয় যিবোৰ মাতৃসকলৰ বাবে অপৰিহাৰ্য(National Safe Motherhood Day 2023)। সেয়েহে গৰ্ভৱতী মহিলা আৰু মাতৃৰ স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ভাৰতত প্ৰতি বছৰে এই দিৱস পালন কৰা হয়(What is National Safe Motherhood day)।

ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱসৰ ইতিহাস কি ?

সমগ্ৰ বিশ্বতে মাতৃৰ মৃত্যুৰ পৰিঘটনাৰ বাবে নাগৰিকসকলে অতিশয় উদ্বেগ প্ৰকাশ কৰিছিল(why we observe National Safe Motherhood Day) । তাতে ১৮০০ চনৰ এটা সংস্থা হোৱাইট ৰিবন এলায়েন্স ইণ্ডিয়াই(WRAI) ভাৰত চৰকাৰক এই বিষয়ে জনসচেতনতা সৃষ্টি কৰিবলৈ অনুৰোধ জনায় (National Safe Motherhood Day date)। সেয়েহে ভাৰত চৰকাৰৰ নাৰী আৰু শিশু কল্যাণ বিভাগৰ হৈ ২০০৩ চনত কস্তুৰবা গান্ধীৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱস ঘোষণা কৰা হয়(Kasturba Gandhi birth anniversary)।

তেতিয়াৰ পৰাই এই দিনটো ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস হিচাপে পালন কৰা হয়(National Safe Motherhood Day significance)। আপোনালোকক জনাই দিও যে, WRAI এ প্ৰতি বছৰে ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱসৰ থিম নিৰ্ধাৰণ কৰে । আপুনি জানেনে যে ভাৰত বিশ্বৰ প্ৰথমখন দেশ যিয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস ঘোষণা কৰে ৷

WHO অনুসৰি মাতৃৰ মৃত্যুৰ তথ্য

  • গৰ্ভাৱস্থা আৰু প্ৰসৱৰ লগত সৈতে প্ৰতিৰোধযোগ্য কাৰণত প্ৰতিদিনে প্ৰায় ৮৩০ গৰাকী মহিলাৰ মৃত্যু হয়(National Safe Motherhood Day theme)।
  • উন্নয়নশীল দেশসমূহত মাতৃৰ মৃত্যুৰ ৯৯%।
  • মূলতঃ গ্ৰামাঞ্চল আৰু দৰিদ্ৰ সম্প্ৰদায়ত বাস কৰা মহিলাসকলৰ মাজত মাতৃৰ মৃত্যুৰ হাৰ বেছি ।
  • মহিলাৰ তুলনাত কম বয়সীয়া কিশোৰ-কিশোৰীসকলৰ গৰ্ভাৱস্থাৰ ফলত জটিলতা আৰু মৃত্যুৰ আশংকা বেছি ।
  • আমি এই কথাটো আওকাণ কৰিব নোৱাৰো যে প্ৰসৱৰ পূৰ্বে, প্ৰসৱৰ সময়ত আৰু প্ৰসৱৰ পিছত দক্ষ যত্নে মহিলা আৰু নৱজাতকৰ জীৱন ৰক্ষা কৰিব পাৰে ।
  • ১৯৯০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত বিশ্বজুৰি মাতৃৰ মৃত্যুৰ হাৰ প্ৰায় ৪৪% হ্ৰাস পাইছে ।
  • বহনক্ষম উন্নয়ন লক্ষ্যৰ অংশ হিচাপে ২০১৬ চনৰ পৰা ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী মাতৃৰ মৃত্যুৰ হাৰ প্ৰতি এক লাখ জীৱিত জন্মৰ ভিতৰত ৭০তকৈ কমলৈ হ্ৰাস কৰাটোৱেই লক্ষ্য ।
  • সেয়েহে মহিলাসকলৰ স্বাস্থ্যসেৱা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ১১ এপ্ৰিলত ৰাষ্ট্ৰীয় মাতৃত্ব সুৰক্ষা দিৱস পালন কৰা হয় ।

লগতে পঢ়ক: Uric Acid Solution: উচ্চ ইউৰিক এচিডৰ বাবে মহৌষধ আপোনাৰ পাকঘৰত থকা এইবিধ মছলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.