ETV Bharat / bharat

Madhya Pradesh Election 2023 : মধ্যপ্ৰদেশত ঋণ ৰেহাইৰ ঘোষণা ৰাহুল গান্ধীৰ - Madhya Pradesh assembly election 2023

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সংসদ সদস্য ৰাহুল গান্ধীয়ে এক নিৰ্বাচনী সভা সম্বোধন কৰি বিজেপিক তীব্ৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় । লগতে কয়, "মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি আছোঁ ।"

মধ্যপ্ৰদেশত ঋণ ৰেহাইৰ ঘোষণা ৰাহুল গান্ধীৰ
Madhya Pradesh Election 2023
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:04 PM IST

নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাহুল গান্ধীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । তেওঁ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ নতুন সৰায়ত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । উক্ত সভাত তেওঁ কয়, যেতিয়া আপোনালোকে সংবাদ মাধ্যমত দৃষ্টি দিব দেখিব যে দেশত কেৱল ঘৃণাৰ বাতাৱৰণ । কিন্তু যেতিয়া তেওঁ 'ভাৰত জোড়ো যাত্ৰা' যাত্ৰা কৰিছিল তেতিয়া কেৱল প্ৰেম দেখা পাইছিল বুলি উল্লেখ কৰে । সেইকাৰণে তেওঁ কেছিল, "মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি আছোঁ ।"

  • कांग्रेस के पूर्व अध्यक्ष एवं संसद सदस्य श्री राहुल गांधी जी ने अशोकनगर जिले के नई सराय में विशाल जनसभा को संबोधित किया।

    "कांग्रेस का हाथ, जन-जन के साथ" pic.twitter.com/UqdCKqVRYz

    — MP Congress (@INCMP) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, মধ্যপ্ৰদেশত শিক্ষিত যুৱক-যুৱতী নিবনুৱা হৈ বহি আছে বুলিও তেওঁ দাবী কৰে । তেওঁ কয়, "মই ৪,০০০ কিলোমিটাৰ ভ্ৰমণ কৰিছোঁ । এই যাত্ৰাৰ সময়ত মই মধ্যপ্ৰদেশৰ মাজেৰেও পাৰ হৈ গৈছোঁ । মই দেশখনক অতি নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছোঁ । সেই সময়ছোৱাত মই হাজাৰ হাজাৰ যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰোঁ । তাৰে কিছুমানে চিকিৎসক, কিছুমান অভিযন্তা আৰু কিছুমান উকীল হ'ব বিচাৰিছে । কিন্তু অন্তিম প্ৰশ্নটো হৈছে, উচ্চ শিক্ষা গ্ৰহণৰ পিছতো বেছিভাগেই নিবনুৱা হৈ আছে ।"

  • जब आप मीडिया में देखेंगे तो आपको देश में सिर्फ नफरत नजर आएगी।

    लेकिन जब मैं 'भारत जोड़ो यात्रा' पर निकला तो मुझे नफरत नहीं, सिर्फ मोहब्बत मिली।

    इसलिए मैंने कहा- 'नफरत के बाजार में मोहब्बत की दुकान खोल रहा हूं।

    : मध्य प्रदेश में @RahulGandhi जी pic.twitter.com/Cu9TtX8wNS

    — Congress (@INCIndia) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুল গান্ধীৰ দাবী যে মধ্যপ্ৰদেশত কংগ্ৰেছ দল বিজয়ী হ'বলৈ গৈ আছে । তেওঁ কয়, "যোৱাবাৰো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে কৃষকৰ ঋণ মাফ কৰা হ'ব । প্ৰথম কেবিনেট বৈঠকতে সেই ঋণ মাফ কৰা হৈছিল । কিয়নো মই মিছা নকওঁ, মই যি কওঁ সেয়া কৰোঁ । একেদৰে মই মোৰ মন স্থিৰ কৰিছোঁ- মধ্যপ্ৰদেশ আৰু দেশত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা হ'ব ।"

  • PM मोदी ने देश के बड़े-बड़े PSUs का निजीकरण कर दिया।

    PSUs में आदिवासी, दलित और OBC थे, जिन्हें बाहर निकालकर, पूरी संपत्ति कुछ चुनिंदा लोगों के हाथ में सौंप दी गई।

    आप सरकार को GST देते हैं, सरकार उस पैसे को पब्लिक सेक्टर बैंक में डालती है, फिर वो बैंक अडानी को करोड़ों रुपए का… pic.twitter.com/Ykz5jlnYfe

ইফালে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ডাঙৰ ডাঙৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগতকৰণ কৰিছে । ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰত জনজাতীয়, দলিত আৰু অ'বিচি কৰ্মচাৰীসকল আছিল, যিসকলক ছাটাই কৰা হৈছিল আৰু সমগ্ৰ সম্পত্তি নিৰ্বাচিত কেইজনমানক হস্তান্তৰ কৰা হৈছিল । আপোনালোকে চৰকাৰক জিএছটি দিয়ে, চৰকাৰে সেই ধন ৰাজহুৱা খণ্ডৰ বেংকত ৰাখে । কিন্তু তাৰ পিছত উক্ত বেঙ্কবোৰে আদানিক কোটি কোটি টকাৰ ঋণ দিয়ে ।

  • कांग्रेस सरकार आपके लिए क्या करेगी-

    - किसान, मजदूर और छोटे दुकानदारों को प्रदेश की नींव बनाएंगे
    - किसान, मजदूर को सुरक्षा मिलेगी, सही दाम मिलेगा
    - किसान, मजदूर मजबूत होंगे तो छोटे दुकानदार मजबूत होंगे
    - 27 लाख किसानों का कर्ज माफ करेंगे

    : मध्य प्रदेश में @RahulGandhi जी pic.twitter.com/ckg46ySgNy

ৰাহুল গান্ধীয়ে কয়, "ছত্তীশগড়ত আমি দুই-তিনিটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ । কৃষকৰ ঋণ ৰেহাই, ধানৰ বাবে প্ৰতি কুইণ্টলত ২,৫০০ টকা (বৰ্তমান ৩,২০০ টকা) আৰু কৃষি শ্ৰমিকসকলৰ বাবে ৭,০০০ টকা (বৰ্তমান ১০,০০০ টকা) । আমি এই সিদ্ধান্তবোৰ গ্ৰহণ কৰি ছত্তীশগড়ৰ কৃষকসকলৰ জীৱন সলনি কৰিছোঁ । কিন্তু ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশত তেনে একো কৰা হোৱা নাই ।"

লগতে পঢ়ক :PM Modi Slams Congress : কংগ্ৰেছক ১০০ বছৰলৈ ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজন: প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.