ETV Bharat / bharat

25 beautiful places in the world: বিশ্বৰ এই ২৫ খন ঠাইত ল'ব পাৰিব স্বৰ্গসুখ

author img

By

Published : Oct 28, 2022, 1:00 PM IST

Updated : Oct 28, 2022, 2:44 PM IST

২০২৩ চনত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ ২৫ খন ধুনীয়া ঠাইৰ তালিকা প্ৰকাশ কৰিছে নেচনেল জিঅ’গ্ৰাফিকে(National Geographic)। তালিকা অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰাকৃতিকভাৱে সুন্দৰ ঠাই হ’ল ব্ৰিটেইনৰ স্কটিছ হাইলেণ্ড । একে সময়তে সংস্কৃতিৰ ক্ষেত্ৰত ইটালীৰ এপিয়ান-ৱেই প্ৰথম স্থান লাভ কৰিছে ।

Most beautiful places in the world
বিশ্বৰ এই ২৫ খন ঠাইত নান্দনিক দৃশ্য লাভৰ বাবে ল'ব পাৰিব স্বৰ্গসুখ

২০২৩ চনত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ ২৫ খন ধুনীয়া ঠাইৰ তালিকা প্ৰকাশ কৰিছে নেচনেল জিঅ’গ্ৰাফিকে(National Geographic)। তালিকা অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰাকৃতিকভাৱে সুন্দৰ ঠাই হ’ল ব্ৰিটেইনৰ স্কটিছ হাইলেণ্ড(Highlands in Britain)। একে সময়তে সংস্কৃতিৰ ক্ষেত্ৰত ইটালীৰ এপিয়ান-ৱেই প্ৰথম স্থান লাভ কৰিছে(25 most beautiful places in the world)।

নেচনেল জিঅ’গ্ৰাফিকে এই স্থানসমূহক প্ৰাকৃতিক, পাৰিবাৰিক, দুঃসাহসিক, সামাজিক আৰু সাংস্কৃতিক পাঁচটা ভাগত বিভক্ত কৰা হৈছে । প্ৰতিটো শিতানত পাঁচখন চহৰ আছে । ভাৰতৰ কোনো স্থান এই পাঁচটা শিতানত অন্তৰ্ভুক্ত নহয়(most naturally beautiful places in the world) । নেশ্যনেল জিঅ’গ্ৰাফিক ট্ৰেভেলৰ জ্যেষ্ঠ সম্পাদিকা এমি আলিপি'অয়ে আগন্তুক বছৰ এই স্থানসমূহলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব বুলি আশা কৰে(Most beautiful places in the world) ।

প্ৰাকৃতিক ৰূপত আটাইতকৈ ধুনীয়া ঠাইসমূহৰ ভিতৰত আছে

১- স্কটিছ হাইলেণ্ড (Scottish Highland)

২- বটছৱানা (Botswana)

৩- স্লোভেনিয়া (Slovenia)

৪- টেক্সাছৰ বিগ বেণ্ড ৰাষ্ট্ৰীয় উদ্যান(Big Bend National Park, Texas)

৫- আজোৰ (Azores)

দুঃসাহসিক অভিযানৰ বাবে সুন্দৰ ঠাই

১- নিউজিলেণ্ড (New Zealand)

২- পেৰুৰ চ’কিৰাও(Chocquirao, Peru)

৩- উটাহ(Utah)

৪- অষ্ট্ৰিয়ান আলপচো(Austrian Alpso)

৫- মেক্সিকোৰ ৰেভিলাগিগেডো ৰাষ্ট্ৰীয় উদ্যান (Revillagigedo National Park, Mexico)

সাংস্কৃতিকভাৱে সুন্দৰ ঠাই

১- এপিয়ান-ৱে, ইটালী (Appian-Way, Italy)

২- দক্ষিণ কোৰিয়াৰ বুছান (Busan, South Korea)

৩- চীনৰ হেনান প্ৰদেশৰ লংমেন গ্ৰ’ট’(Longmen Grotto, Henan Province, China)

৪- ইজিপ্ত(Egypt)

৫- চাৰ্লছটন, দক্ষিণ কেৰ’লিনা (Charleston, South Carolina)

সম্প্ৰদায়ৰ সুন্দৰ ঠাই

১- ড'ডেকেনিজ দ্বীপপুঞ্জ, গ্ৰীচ(Dodecanese Islands, Greece)

২- মিলৱাকি, উইচকনচিন(Milwaukee, Wisconsin)

৩- আলবাৰ্টা, কানাডা(Alberta, Canada)

৪- লাওছ(Laos)

৫- ঘানা(Ghana)

সুন্দৰ পাৰিবাৰিক ঠাই

১- ট্ৰিনিদাদ আৰু ট’বাগো(Trinidad and Tobago)

২- ছান ফ্ৰান্সিস্কো ক্ৰছটাউন ট্ৰেইল, কেলিফৰ্ণিয়া(San Francisco Crosstown Trail, California)

৩- কলম্বিয়া(Colombia)

৪- মানচেষ্টাৰ, যুক্তৰাজ্য(Manchester, United Kingdom)

৫- চুইজাৰলেণ্ড(Switzerland)

এইবাবেই এই ঠাইসমূহ ধুনীয়া

  • গ্ৰীচৰ ড'ডেকেনিজ দ্বীপপুঞ্জ সামাজিকভাৱে অতি বিশেষ, কাৰণ ইয়াত মহিলাৰ আধিপত্য । অনন্য ভূতত্ত্বৰ উপৰিও কিছুমান চিত্ৰময় সৰু সৰু গাঁও আছে । বিশেষকৈ মান্দ্ৰাকী আৰু নিকিয়া গাঁওসমূহ পৰম্পৰাগত স্থাপত্য আৰু মনোমোহা দৃশ্যৰ বাবে জনাজাত । এই দ্বীপসমূহ জনসাধাৰণৰ বাবে পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ ।
  • স্বাভাৱিকতে স্কটিছ হাইলেণ্ডক অতি সুন্দৰ বুলি গণ্য কৰা হয়, কাৰণ ইয়াত থলুৱা উদ্ভিদ আৰু প্ৰাণীজগতৰ বাবে বহু কাম আৰম্ভ কৰা হৈছে ।
  • যদি কোনোবাই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হয় তেন্তে নিউজিলেণ্ডতকৈ ভাল ঠাই নাথাকিব । বাঞ্জি জাম্পিঙৰ পৰা আৰম্ভ কৰি মাউণ্টেইনিং, স্কাইডাইভিং, পেৰাগ্লাইডিং, মাউণ্টেন বাইকিং, কয়াকিং, কেনিয়নিং, পেৰাচুটিং, কেভিং, জিপ লাইনিং আদি সকলো উপভোগ কৰিব পাৰিব ।
  • ইটালীৰ এপিয়ান-ৱে চাবলৈ বৃহৎ সংখ্যক পৰ্যটক আহে । ৰোমৰ আটাইতকৈ বিখ্যাত প্ৰাচীন পথটোৱেই হৈছে এপিয়ান-ৱে, যিয়ে চহৰখনক দক্ষিণ-পূব ইটালীৰ ব্ৰিণ্ডিচিৰ সৈতে সংযোগ কৰে । এই চহৰখনক ফেশ্বন, ৰোমান খাদ্য আৰু চিনেমাৰ চহৰ বুলি কোৱা হয় ।
  • ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ সৈতে ত্ৰিনিদাদ আৰু ট’বাগোৰ জনসাধাৰণ আজিও গভীৰভাৱে জড়িত হৈ আছে । ইয়াত হিন্দী কোৱা হয় । বিশ্ব বেংকৰ তথ্য অনুসৰি ট্ৰিনিদাদ এণ্ড ট’বাগো বিশ্বৰ শীৰ্ষ উচ্চ আয়ৰ অৰ্থনীতিৰ ভিতৰত ৬৯ নম্বৰ স্থানত আছে ।

লগতে পঢ়ক: Mysterious Places of India: এইখন ভাৰততেই আছে এই কেইখন ৰহস্যময় ঠাই

Last Updated : Oct 28, 2022, 2:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.