ETV Bharat / bharat

Shri Krishna Janmashtami: শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ দিনটোত চৰকাৰী চিকিৎসালয়ত 500 ৰো অধিক শিশুৰ জন্ম

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:45 PM IST

শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ দিনটোত, বিয়লি 3 বজালৈ বিহাৰৰ চিকিৎসালয়ত 400 ৰো অধিক শিশুৰ জন্ম হয় ৷ নিশালৈ এই সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ অনুমান কৰা হৈছে ৷

শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ দিনটোত চৰকাৰী চিকিৎসালয়ত 500 ৰো অধিক শিশুৰ জন্ম

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : আজি শ্ৰী কৃষ্ণ জন্মাষ্টমী ৷ আজিৰ দিনটোত, বিহাৰৰ চিকিৎসালয়ত 400 ৰো অধিক শিশুৰ জন্ম হয় ৷ কেৱল পাটনা জিলাতে এই সংখ্যাৰ সৰ্বাধিক 150 ত উপনীত হৈছে ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন জিলাত নৱজাতকৰ জন্ম হৈছে ৷ নিশালৈ এই সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ অনুমান কৰা হৈছে ৷

প্ৰকৃততে, বিহাৰত এতিয়া এক নতুন ট্ৰেণ্ড চলিছে ৷ যদি প্ৰসৱৰ সময়ত কোনো উৎসৱ হয়, তেন্তে দম্পতীয়ে সেইদিনাই সন্তানটো জন্ম হোৱাটো বিচাৰে ৷ এনে পৰিস্থিতিত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ বুলি ক’লে ক’বই নালাগে ৷ চিজেৰিয়ান কৰাব লগা মহিলাসকলে নিৰ্ধাৰিত তাৰিখৰ এদিন বা দুদিনৰ পূৰ্বেই তাৰিখ আগুৱাটো কঠিন নহয় ৷ চিকিৎসকৰ সৈতে কথা পতাৰ পিচতেই একেদিনাই চিজেৰিয়ানৰ তাৰিখ নিৰ্ধাৰণ কৰিব পাৰে ৷

ইতিমধ্যে গৰ্ভৱতী মহিলাসকলে প্ৰসৱৰ বাবে বিহাৰৰ বহুতো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ লগতে নাৰ্চিং হোমলৈ আহিছে ৷ তেওঁলোকৰ বেছিভাগৰেই প্ৰসৱ স্বাভাৱিক আছিল, অতি কম সংখ্যকৰহে চিজেৰিয়ান প্ৰক্ৰিয়াৰে প্ৰসৱ হৈছিল ৷ কিছুমান ডাঙৰ ডাঙৰ ব্যক্তিগত চিকিৎসালয়ত আজিৰ দিনটোত প্ৰায় ভিৰ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

পাটনা: জন্মাষ্টমী উপলক্ষে বিহাৰৰ ৰাজধানী পাটনাত বেছিভাগ ডেলিভাৰীয়ে ডাঃ চাৰিকা ৰায়ৰ ক্লিনিকত কৰা হৈছে ৷ জন্মাষ্টমী উপলক্ষে ক্লিনিকখনত 35 টাতকৈও অধিক শিশু প্ৰসৱ কৰোৱা হৈছে ৷ একে সময়তে, পিএমচিএইচ, এনএমচিএইচ আৰু কুৰ্জি হোলী পাৰিবাৰিক চিকিৎসালয়ত প্ৰায় 20 টা শিশুৱে প্ৰসৱ কৰিব ৷

আৰাৰিয়া: আৰাৰিয়া সদৰ চিকিৎসালয়ত 24 টা শিশুৰ জন্ম হৈছে ৷ ইয়াৰ ভিতৰত আছে 13 জন ল'ৰা আৰু 11 গৰাকী ছোৱালী সন্তান ৷ চিকিৎসালয়খনৰ অক্ষ্যক্ষৰ মতে গোটেইকেইটা ঘটনাতে সকলো মাতৃ আৰু শিশু স্বাস্থ্যৱান ৷

গোপালগঞ্জ: গোপালগঞ্জ সদৰ চিকিৎসালয়ত 13 টা শিশুৰ জন্ম হৈছে।

বৈশালী: হাজিপুৰ সদৰ চিকিৎসালয়ত 17 টা শিশুৰ জন্ম হৈছে ৷ নিশালৈ,এই সংখ্যা বৃদ্ধি হৈ 40 ৰ ঘৰ চোৱাৰ সম্ভাৱনা আছে ৷

কাটিহাৰ: কাটিহাৰৰ সদৰ চিকিৎসালয়ত 13 টা নৱজাতকৰ জন্ম হৈছে ৷ ইয়াৰে 7 গৰাকী ল'ৰা আৰু 6 গৰাকী ছোৱালী সন্তান ৷

চাৰণ: ছপ্ৰা সদৰ চিকিৎসালয়ত 10 টা শিশুৰ জন্ম হৈছে ৷ তাৰে 8 টা ল'ৰা আৰু 2 গৰাকী ছোৱালী সন্তান ৷

বেগুসৰায়: বেগুসৰায় সদৰ চিকিৎসালয়ত 14 টা শিশুৰ জন্ম হৈছে৷ যাৰ ভিতৰত আছে 8 টা ল'ৰা আৰু 6 গৰাকী ছোৱালী সন্তান ৷

ৰোহতাছ: ৰোহতাচৰ চাচাৰাম সদৰ চিকিৎসালয়ত 8 টা শিশুৰ জন্ম হৈছে ৷ যাৰ ভিতৰত 5 গৰাকী ছোৱালী আৰু 3 জন ল'ৰা।

পূৰ্ণিয়া: পূৰ্ণিয়া চিকিৎসা মহাবিদ্যালয়ত 18 টা নৱজাতকৰ জন্ম হৈছে ৷ ইয়াৰে 10 গৰাকী ছোৱালী আৰু 8 টা ল’ৰা ৷

মধুবনী: মধুবনী সদৰ চিকিৎসালয়ত 6 টা সন্তানৰ জন্ম হৈছে৷য'ত 8 জন ল'ৰা 2 জনী ছোৱালী ৷ একে সময়তে, উপ-বিভাগীয় চিকিৎসালয় ঝাঞ্জৰপুৰত 3 টা শিশুৰ জন্ম হৈছে ৷

পশ্চিম চম্পাৰণ: বেতিয়াৰ জিএমচিএইচত 23 টা শিশুৰ জন্ম হৈছে ৷ তাত 16 টা ল'ৰা আৰু 7 জনী ছোৱালী ৷

পশ্চিম চম্পাৰণ: বাগাহা উপ-বিভাগীয় চিকিৎসালয়ত 13 টা নৱজাতকৰ জন্ম হৈছে ৷ যাৰ ভিতৰত 7 টা ল'ৰা আৰু 6 গৰাকী ছোৱালী ৷

ভাগলপুৰ: ভাগলপুৰত 26 টা শিশুৰ জন্ম হৈছে ৷ যাৰ ভিতৰত মায়াগঞ্জত 6 জনী ছোৱালী আৰু 5 জন ল'ৰাৰ জন্ম হৈছে, নৱগাচিয়া উপ-বিভাগীয় চিকিৎসালয়ত 8 জনী ছোৱালী আৰু 7 টা ল'ৰাৰ জন্ম হৈছে ৷ চিকিৎসালয়ৰ মেনেজাৰ ৰমন সিঙে এই তথ্য প্ৰদান কৰে ৷

বাক্সাৰ: বাক্সাৰত 10 টা শিশুৰ জন্ম হৈছে ৷

পূব চম্পাৰণ: মতিহাৰী সদৰ চিকিৎসালয়ত 14 টা শিশুৰ জন্ম হৈছে ৷ ইয়াৰে 4 টা ল’ৰা আৰু 10 জনী ছোৱালী ৷

সমস্তিপুৰ: সমস্তিপুৰ সদৰ চিকিৎসালয়ত 16 টা শিশুৰ জন্ম হৈছে ৷ যাৰ ভিতৰত 10 টা ল'ৰা আৰু 6 গৰাকী ছোৱালী ৷

জামুই: জামুই জিলাত 17 টা শিশুৰ জন্ম হৈছে ৷ ইয়াৰ ভিতৰত আছে 11 টা ল'ৰা আৰু 6 গৰাকী ছোৱালী ৷ ইয়াত এটা যমজও অন্তৰ্ভুক্ত আছে ৷

অৱশ্য এই তথ্য বিয়লি তিনি বজালৈকেহে ৷ অনাগত সময়ত ইয়াৰ পৰিসংখ্যা বৃদ্ধি হ'ব পাৰে ৷ এই পৰিসংখ্যাসমূহ চৰকাৰী চিকিৎসালয়ৰ ৷ যদি ব্যক্তিগত চিকিৎসালয়ৰ পৰিসংখ্যা একত্ৰিত কৰা হয়, তেন্তে এই সংখ্যা হাজাৰ অতিক্ৰম কৰিব ৷

লগতে পঢ়ক : Parliament special session: 9 টা বিষয়ত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ চিঠি ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.