ETV Bharat / bharat

জম্মু-কাশ্মীৰ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰসংগত গৃহ মন্ত্ৰালয়ৰ বৈঠক - জম্মু কাশ্মীৰ আৰক্ষী

জম্মু-কাশ্মীৰ আৰক্ষীয়ে আধুনিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছে ২৪৮ কোটি টকাৰ পৰিকল্পনা(Jammu and Kashmir police modernisation plan) । যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াৰ অনুমোদনৰ বাবে আহ্বান কৰে এখন বৈঠক(Union Home Ministry is calling a meeting) ।

Jammu and Kashmir police modernisation plan
জম্মু-কাশ্মীৰ আৰক্ষীৰ আধুনিকীকৰণৰ বাবে MHA ৰ বৈঠক
author img

By

Published : Sep 19, 2022, 6:53 PM IST

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত উগ্ৰপন্থীক প্ৰতিহত কৰিবলৈ আৰক্ষীৰ আধুনিকীকৰণৰ বাবে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰে ২৪৮ কোটি টকাৰ পৰিকল্পনা(Jammu and Kashmir police modernisation plan) । আৰু এই পৰকল্পনাক অনুমোদন জনাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আয়োজন কৰে এক বিশেষ বৈঠকৰ(Union Home Ministry is calling a meeting) । উক্ত পৰিকল্পনাত আছে কেন্দ্ৰীয় শাসিত অঞ্চলত উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ বাবে আধুনিক অস্ত্ৰ আৰু অন্যান্য সঁজুলিৰ বাবে পুঁজি মঞ্জুৰ কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে ।

আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বিষয়াসকলে উল্লেখ কৰা মতে জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ শক্তি আৰু সংখ্যা হ্ৰাস পোৱাৰ সময়তে এই পৰিকল্পনা উত্থাপন কৰা হৈছে । আৰক্ষীয়ে পৰিকল্পনাটোত উল্লেখ কৰিছে যে শেহতীয়া সময়চোৱাত জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ পৰা বহু পৰিমানৰ উন্নত প্ৰযুক্তিৰ অস্ত্ৰ আৰু সঁজুলি উদ্ধাৰ কৰা হৈছে(Militancy in Kashmir) । যাৰ বাবে তেওঁলোকক প্ৰতিহত কৰিবলৈ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰয়োজন হৈছে । যাতে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব পাৰে ।

আনহাতে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সোমবাৰে দিল্লীত এই প্ৰকল্পটোৰ ওপৰত এখন বৈঠক অনুষ্ঠিত কৰে(Union Ministry of Home Affairs) । য'ত জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধান দিলবাগ সিং, বিত্ত বিভাগ আৰু অন্যান্য প্ৰাসংগিক বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: চত্তীছড়ৰ সুকমাত আত্মসমৰ্পণ 5 নক্সালবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.