ETV Bharat / bharat

Oppositions Vice President Candidate: মাৰ্গাৰেট আলভা উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী দলৰ প্ৰাৰ্থী হ’ব মাৰ্গাৰেট আলভা (Oppositions candidate for the post of Vice President) ৷ দেওবাৰে এই কথা ঘোষণা কৰে এনচিপি নেতা শাৰদ পাৱাৰে ।

author img

By

Published : Jul 17, 2022, 5:12 PM IST

Oppositions Vice President Candidate
মাৰ্গাৰেট আলভা হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী

নিউজ ডেস্ক, 17 জুলাই: ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী দলৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী মাৰ্গাৰেট আলভা (Oppositions candidate for the post of Vice President) ৷ দেওবাৰে এই কথা ঘোষণা কৰে এনচিপি নেতা শাৰদ পাৱাৰে ।

উল্লেখ্য যে, মাৰ্গাৰেট আলভা ২০১৪ চনৰ আগষ্ট মাহ পৰ্যন্ত কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ কংগ্ৰেছ দলৰ প্ৰবীণ নেত্ৰীগৰাকীয়ে(Margaret Alva) গোৱাৰ ১৭ সংখ্যক ৰাজ্যপাল, গুজৰাটৰ ২৩ সংখ্যক ৰাজ্যপাল, ৰাজস্থানৰ ২০ সংখ্যক ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থগৰাকী ৰাজ্যপাল হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷

আনহাতে, কালি বিজেপিয়েও ঘোষণা কৰে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ নাম ৷ পশ্চিমবংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদীপ ধনখৰ(Bengal Governor Jagdeep Dhankhar) হ’ব এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী (BJP Vice President candidate)৷

লগতে পঢ়ক: NDA Vice President Candidate Jagdeep Dhankhar : কোন এইগৰাকী জগদীপ ধনখৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.