ETV Bharat / bharat

Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী - Manipur Police

ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী ৷ সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰৰ বাবে এজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jul 24, 2023, 10:56 PM IST

তেজপুৰ,24 জুলাই: মণিপুৰত যোৱা 4 মে’ত সভ্য সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ অহাৰ পাচতে মণিপুৰ আৰক্ষী অধিক সক্ৰিয় হৈ পৰিছে ৷ বিশেষকৈ ৰাজ্যখনত চলা কেতবোৰ উৰা বাতৰিৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ DGPয়ে ৰাজ্যপালক সাক্ষাৎৰ পাচতে এই ঘোষণা কৰিছে আৰক্ষী তৰফৰ পৰা ৷

  • *FIR registered for spreading false news:*
    On 23.07.2023, Cyber Crime Police Station (CCPS), Manipur received a report from a functionary of a political party that a picture of him and his son collaged with a screenshot of the viral video of two women paraded,

    1/3

    — Manipur Police (@manipur_police) July 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰা ঘটনাৰ সন্দৰ্ভত একাংশ লোকে সামাজিক মাধ্যমত চলাইছে উৰা বাতৰি ৷ যাৰ ফলত অধিক হিংসাত্মক ঘটনা হোৱাৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষীয়ে ৷ সেয়ে মণিপুৰ আৰক্ষীয়ে ভুৱা বাতৰি পৰিবেশন আৰু সামাজিক মাধ্যমত সেই বিশেষ ভিডিও ভাইৰেল কৰাৰ সন্দৰ্ভত এজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । দেওবাৰে নিশা যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় চুৰাচান্দপুৰৰ চিচিপুৰ আৰক্ষী থানাত ।

আৰক্ষীৰ সুত্ৰ অনুসৰি যুৱকজনে এজন ৰাজনৈতিক নেতা আৰু তেওঁৰ পুত্ৰৰ ফটো ব্যৱহাৰ কৰি দুই মহিলাৰ বিবস্ত্ৰ ভিডিঅ সংযোজনেৰে এটা লেখা সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৷ তাৰ পাচতে আৰক্ষীয়ে চিচিপুৰ থানাত চাইবাৰ অপৰাধৰ অভিযোগত গোচৰ দাখিল কৰে যুৱকজনৰ বিৰুদ্ধে ।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে চাঞ্চল্যকৰ ভিডিঅ’ সমূহ সামাজিক মাধ্যকৰ পৰা মচি পেলাবলৈ আহ্বান জনাইছিল ৷ বিশেষকৈ টুইটাৰৰ পৰা আঁতৰাবলৈ টুইটাৰৰ ভাৰত শাখাক হেঁচা দিছিল ৷ তাৰ পাচতো আজিও সামাজিক মাধ্যমত সেই বিশেষ ভিডিঅ’ প্ৰচাৰ হৈ আছে।

  • *6 (six) including 1 (one) Juvenile Arrested/Apprehended:*

    As regard to the viral video of 02 (two) women on 4th May, 2023, another accused was arrested today. Altogether 06 (six) persons including 05 (five) main accused and

    1/2

    — Manipur Police (@manipur_police) July 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰা ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচজনক ৷ ২০ জুলাইৰ পৰা মুঠ পাঁচজন লোকক আৰক্ষীয়ে কাংপকপি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিচত পুনৰ ১১ দিনৰ জিম্মাত লয় গ্ৰেপ্তাৰ কৰা পাঁচজন লোকক ৷ আনহাতে এই ঘটনাৰ লগত জড়িত এজন কিশোৰক জুভিনেইল কাৰাগাৰত প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰু বহু কেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ঘটনাৰ লগত জড়িত সৰহ সংখ্যক লোকে বৰ্তমান পলায়ন বা আত্মগোপন কৰি আছে । ইয়াৰ বাবে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত নাকা চেকিং আৰু অভিযান অব্যাহত ৰাখিছে ।

  • Naka Checking at various District of Manipur:

    A total of 128 Nakas/ Checkpoints were installed in different Districts of Manipur, both in the hill and the valley and Police detained 516 persons in connection with violations in different districts of the State. pic.twitter.com/rQ8fCnrVCT

    — Manipur Police (@manipur_police) July 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক:Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.