ETV Bharat / bharat

তৃণমূল কংগ্রেছৰ পৰা পদত্যাগ দুই শীৰ্ষ নেতাৰ - মমতা বেনাৰ্জী

তৃণমূল কংগ্রেছৰ বিদ্ৰোহী নেতা সুবেন্দু অধিকাৰীয়ে দলৰ প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰে ।

তৃণমূল কংগ্রেছৰ পৰা পদত্যাগ দুই শীৰ্ষ নেতাৰ
Mamata Banerjee calls party meet today
author img

By

Published : Dec 18, 2020, 1:23 PM IST

কলকাতা, ১৮ ডিচেম্বৰ : তৃণমূল কংগ্রেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে শুকুৰবাৰে এখন দলীয় বৈঠকৰ আয়োজন কৰে । তৃণমূল কংগ্রেছৰ শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি মমতা বেনাৰ্জীয়ে প্ৰতি শুকুৰবাৰে দলৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰে ।

উল্লেখ্য যে, তৃণমূল কংগ্রেছৰ বিদ্ৰোহী নেতা সুবেন্দু অধিকাৰীয়ে দলৰ প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰে । তেওঁ ৰাজ্যৰ বিধানসভাৰ পৰাও পদত্যাগ কৰে । সুবেন্দু অধিকাৰীয়ে বিজেপি দলত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে ৷ তেওঁ দলৰ প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দিয়া পদত্যাগ পত্ৰত তেওঁক দিয়া সুযোগৰ বাবে তৃণমূল কংগ্রেছক ধন্যবাদ জনায় ।

আনহাতে, তৃণমূল কংগ্রেছৰ বিধায়ক জীতেন্দ্ৰ তিৱাৰীয়ে বৃহস্পতিবাৰে আচনচ'ল পৌৰ নিগমৰ প্ৰশাসনিক বৰ্ডৰ অধ্যক্ষ পদ আৰু পশ্চিম বৰ্ধমান জিলাৰ টিএমচি সভাপতি পদৰ পৰা পদত্যাগ কৰে ।

লগতে পঢ়কঃকৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.