ETV Bharat / bharat

নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে : মমতা বেনাৰ্জীৰ - হোৱাটছএপ বাৰ্তা

ৰাজ্যিক নিৰ্বাচন পৰ্যবেক্ষক আৰু আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন বংগকন্যা মমতা বেনাৰ্জীৰ । নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন মমতা বেনাৰ্জীৰ ।

ৰাজ্যিক নিৰ্বাচন পৰ্যবেক্ষক আৰু আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে অভিযোগ মমতা বেনাৰ্জীৰ

author img

By

Published : Apr 24, 2021, 9:37 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল : পুনৰ ৰাজ্যিক নিৰ্বাচন পৰ্যবেক্ষক আৰু আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন বংগকন্যা মমতা বেনাৰ্জীৰ । নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন মমতা বেনাৰ্জীৰ ।

এই সন্দৰ্ভত মমতাই আৰক্ষী পৰিদৰ্শক আৰু ৰাজ্যিক নিৰ্বাচন বিষয়াৰ হোৱাটছএপ বাৰ্তা জিলা ন্যায়াধীশ আৰু আৰক্ষী অধীক্ষকৰ সৈতে শ্বেয়াৰ কৰিছিল । হোৱাটছএপ বাৰ্তালাপত আৰক্ষী পৰিদৰ্শক বিবেক ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰি আটক কৰাৰ নিৰ্দেশ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন বেনাৰ্জীৰ । নিৰ্বাচন সমাপ্ত হোৱাৰ পাচত এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও সকীয়াই দিয়ে বেনাৰ্জীয়ে ।

লগতে পঢ়ক: দেশজুৰি উদযাপন ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.