ETV Bharat / bharat

Laddu Recipe: মাত্ৰ ১৫ মিনিটতে তৈয়াৰ কৰক এই সুস্বাদু বুন্দিয়াৰ লাৰু, জানি লওক সহজ ৰেচিপি

যদি আপুনি লাৰু খাই ভাল পায়, তেন্তে আপুনি ঘৰতে অতি সহজ পদ্ধতিৰে লাৰু তৈয়াৰ কৰিব পাৰে । সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বুন্দিয়াৰ লাৰু তৈয়াৰৰ এটা অতি সহজ ৰেচিপি । জানি লওক কেনেকৈ মাত্ৰ ১৫ মিনিটতে সুস্বাদু লাৰু প্ৰস্তুত কৰিব পাৰি ।

Make this delicious laddu in just 15 minutes, note the easy recipe
মাত্ৰ ১৫ মিনিটতে তৈয়াৰ কৰক এই সুস্বাদু বুন্দিয়াৰ লাৰু, জানি লওক সহজ ৰেচিপি
author img

By

Published : Jun 10, 2023, 2:07 PM IST

যিকোনো ভাৰতীয় উৎসৱ মিঠা ব্যঞ্জন অবিহনে আধৰুৱা । যিকোনো বিশেষ অনুষ্ঠানত বিভিন্ন ধৰণৰ সুস্বাদু মিঠাই তৈয়াৰ কৰা হয় । পূজা বা উৎসৱৰ সময়তো সুস্বাদু লাডু তৈয়াৰ কৰা হয় । বেছিভাগ মানুহেই লাৰু বহুত ভাল পায় (Motichoor ladoo)। বহুতে বজাৰৰ পৰা লাৰু কিনিলেও কিছুমানে ঘৰতো বনায় । কেতিয়াবা লাৰু তৈয়াৰ কৰাত বহু সময় খৰচ হয় (Boondi ladoo)। এনে পৰিস্থিতিত লাৰু তৈয়াৰৰ এটা সহজ ৰেচিপি তলত আগবঢ়োৱা হ’ল-

মাত্ৰ ১৫ মিনিটতে লাডুও প্ৰস্তুত কৰিব পাৰি (Motichur laddu recipe)। এই লাডুবোৰ বনোৱাৰ সহজ ৰেচিপিটো ইয়াত দিয়া হ’ল । এই লাডুবোৰ বনাবলৈ কোনবোৰ উপাদান ব্যৱহাৰ কৰা হয় ? আপুনি কেনেকৈ সহজে বনাব পাৰে সেই বিষয়ে সকলো কথা তলত উল্লেখ কৰা হ’ল ৷

লাৰু তৈয়াৰৰ বাবে স

  • ঘিউ- ৩ চামুচ
  • দালিয়া– ১ কাপ
  • পানী- ৩ কাপ
  • চেনি- ১ কাপ
  • কমলা ৰঙৰ খাদ্য ৰং- এটা চিমটি
  • ইলাচিৰ গুড়ি- আধা চামুচ
  • চিৰালৰ গুটি- ১ চামুচ

লাৰু কেনেকৈ তৈয়াৰ কৰিব

STEP-1

প্ৰথমে কেৰাহীত ঘিউ গৰম কৰক । তাত দালিয়া দিয়ক । ৪ৰ পৰা ৫ মিনিট ৰোষ্ট কৰক ।

STEP-2

এতিয়া আন এটা কেৰাহীত পানী দি উতলাই লওক । তাত চেনি আৰু খাদ্যৰ ৰং দি ঘুলি লওক ।

STEP-3

তাত ৰোষ্ট কৰা দালিয়া দিয়ক । এতিয়া কোমল হোৱালৈকে সিজাই লওক ।

STEP-4

তাত ইলাচিৰ গুড়ি দিব । দালিয়া সিজি থাকোঁতে শেষত অলপ ঘিউ দিব ।

STEP-5

এতিয়া ডাঠ হোৱালৈকে সিজাই লওক । ঘন হ’লে তাত চিৰালৰ গুটিখিনি ঢালি দিয়ক ।

STEP-6

এতিয়া এই মিশ্ৰণটো কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক । ইয়াৰ পিছত ইয়াৰ পৰা সুস্বাদু লাৰু প্ৰস্তুত কৰক ।

দালিয়া খোৱাৰ সুবিধা

দালিয়া খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায় । বৰ লঘু । মানুহে প্ৰায়ে ওজন কমাব পৰা খাদ্যত দালিয়া অন্তৰ্ভুক্ত কৰে । দালিয়াই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে । দালিয়া মগজুৰ বাবে অতি উপকাৰী । ইয়াৰ ফলত মগজুৰ স্নায়ু শান্ত হোৱাত সহায় কৰে । দালিয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে । খোৱাৰ পিছত হাড় মজবুত কৰাত সহায় হয় । ইয়াৰ উপৰিও স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে । খাদ্যত দালিয়া বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে ।

লগতে পঢ়ক: Benefits of Hilikha: কোষ্ঠকাঠিন্যৰ পৰা কাহ-চৰ্দিলৈকে বিভিন্ন ৰোগৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ শিলিখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.