ETV Bharat / bharat

ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী (সংশোধনী) বিধেয়ক ২০২১ গৃহীত

এই বিধেয়কখন সংশোধনৰ উদ্দেশ্য হৈছে "চৰকাৰ" অভিব্যক্তটো স্পষ্ট কৰা ৷ পূৰ্বে বিধানসভা আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মন্ত্ৰী পৰিষদ সম্পৰ্কীয় সংবিধানৰ ব্যৱস্থাবোৰ পূৰণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন, ১৯৯১ চৰকাৰ প্ৰণয়ন কৰা হৈছিল ।

author img

By

Published : Mar 22, 2021, 10:50 PM IST

LS passes bill to amend National Capital Territory of Delhi Act
লোকসভাত গৃহীত হ’ল ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী (সংশোধনী) বিধেয়ক ২০২১

নতুন দিল্লী,২২ মাৰ্চ: ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী (সংশোধনী) বিধেয়ক ২০২১ খন সোমবাৰে লোকসভাত গৃহীত কৰা হয় । দিল্লীত পূৰ্বে কোনো বিধেয়ক গৃহিত হোৱাৰ পূৰ্বে ৰাজ্যপালৰ হস্তাক্ষৰৰ প্ৰয়োজন হৈছিল ৷ কিন্তু গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ এক বিতৰ্কৰ পাছত আজি লোকসভাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন, ১৯৯১ সংশোধন কৰা হয় ৷

এই বিধেয়কখন সংশোধনৰ উদ্দেশ্য হৈছে "চৰকাৰ" অভিব্যক্তটো স্পষ্ট কৰা ৷ পূৰ্বে বিধানসভা আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মন্ত্ৰী পৰিষদ সম্পৰ্কীয় সংবিধানৰ ব্যৱস্থাবোৰ পূৰণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন, ১৯৯১ প্ৰণয়ন কৰা হৈছিল । এই আইনখনৰ ধাৰা ৪৪ত ব্যৱসায়ৰ আচৰণৰ সৈতে সম্পৰ্কিত আৰু ধাৰাটোৰ কাৰ্যকৰী সময়বদ্ধ ৰূপায়ণৰ বাবে আইনত কোনো গাঁথনিগত প্ৰণালী প্ৰদান কৰা হোৱা নাই । তদুপৰি ৰাজ্যপালৰ ওচৰত কি প্ৰস্তাৱ বা বিষয় দাখিল কৰাৰ প্ৰয়োজন সেই বিষয়ে এই আইনত কোনো স্পষ্টতা নাছিল বিধেয়কখনত ৷

লগতে পঢ়ক : ম্যানমাৰৰ শৰণাৰ্থীক সম্পৰ্কে জ'ৰাম থাংগাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.