ETV Bharat / bharat

মধ্য প্ৰদেশৰ ছিন্দৱাৰাত লক ডাউন

দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা পৰৱৰ্তী সাতদিনৰ বাবে সমগ্ৰ ছিন্দৱাৰা জিলাত লক ডাউন ঘোষণা কৰে । ৮ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ সকলো নগৰাঞ্চলত নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথাও ঘোষণা কৰে । লগতে পৰৱৰ্তী তিনি মাহৰ বাবে উইকেণ্ড লক ডাউন ঘোষণা কৰে ।

মধ্য প্ৰদেশৰ ছিন্দৱাৰাত লক ডাউন
মধ্য প্ৰদেশৰ ছিন্দৱাৰাত লক ডাউন
author img

By

Published : Apr 8, 2021, 5:37 PM IST

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল: দেশত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনসমূহে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা পৰৱৰ্তী সাতদিনৰ বাবে সমগ্ৰ ছিন্দৱাৰা জিলাত লক ডাউন ঘোষণা কৰে । ৮ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ সকলো নগৰাঞ্চলত নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথাও ঘোষণা কৰে । লগতে পৰৱৰ্তী তিনি মাহৰ বাবে উইকেণ্ড লক ডাউন ঘোষণা কৰে । ইফালে জিলা প্ৰশাসনেও ১৪৪ ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি একে স্থানত চাৰিজনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰে । এই কথা ঘোষণা কৰে ছিন্দৱাৰাৰ জিলা উপায়ুক্ত সৌৰভ কুমাৰ সুমনে ।

  • मुख्यमंत्री निवास में आयोजित हाई लेवल बैठक में लिए गए महत्वपूर्ण निर्णय:
    • सम्पूर्ण छिंदवाड़ा जिले में कल 8 अप्रैल की रात 8 बजे से आगामी 7 दिन तक संपूर्ण लॉकडाउन रहेगा।
    • शाजापुर शहर में आज रात 8 बजे से अगले 2 दिन का संपूर्ण लॉकडाउन रहेगा।#MPFightsCorona #MaskUpMP

    — CMO Madhya Pradesh (@CMMadhyaPradesh) April 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে ফাৰ্মাচী, বেংক সেৱা, এটিএম আৰু পেট্ৰ'ল পাম্পৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰে জড়িত লোকসকলক ৰেহাই দিয়া হ'ব । সকলো কৰ্ম প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে । এলপিজি চিলিণ্ডাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হোম ডেলিভাৰী আৰু অনলাইন ডেলিভাৰীৰ বাবে অনুমতি প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত NIAৰ জালত গজনৱী বাহিনীৰ উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.