ETV Bharat / bharat

লক ডাউনৰ আশংকাই খেদিছে প্ৰবজনকাৰীক - ৰেল জংচন

পুণেৰ ৰে'ল জংচনত যোৱা কেইদিনমান ধৰি বহিঃৰাজ্যৰ ৰে'লৰ বাবে যাত্ৰীৰ ভীৰ ৷ মহাৰাষ্ট্ৰত পুনৰ লক ডাউনৰ সম্ভাৱনা ৷

ক’ভিড-19 : পুণেৰ ৰেল জংচনত যাত্ৰীৰ ভীৰ
ক’ভিড-19 : পুণেৰ ৰেল জংচনত যাত্ৰীৰ ভীৰ
author img

By

Published : Apr 14, 2021, 10:53 PM IST

নেশ্যনেল ডেস্ক,14 এপ্ৰিল : মহাৰাষ্ট্ৰত লক ডাউন জাৰি কৰাৰ জল্পনা-কল্পনাৰ মাজতে পুণেৰ ৰে'ল জংচনত যোৱা কেইদিনমান ধৰি বহিঃৰাজ্যৰ ৰে'লৰ বাবে যাত্ৰীৰ ভীৰ ৷ মঙলবাৰে পুণেৰ এটা উদ্যোগিক সংস্থাই জনোৱা মতে, পুণেৰ চাকান ক্ষেত্ৰৰ পৰা কমেও 10 শতাংশ প্ৰব্ৰজনকাৰী ঘৰলৈ ৰাওনা হ'ব ৷ শ্ৰমিকসকলে কৰ’ণাৰ ভয়ত মহাৰাষ্ট্ৰৰ লগতে অন্যান্য জিলাসমূহৰ পৰা ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে ৷

পুণেৰ চাকান উদ্যোগিক ক্ষেত্ৰত প্ৰায় 5 লাখ শ্ৰমিক আছে আৰু এই কৰ্মচাৰীৰ 10 শতাংশই লক ডাউনৰ ভয়ৰ বাবে চহৰ ত্যাগ কৰিছে ৷ মঙলবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক’ভিড-19 ৰ সৈতে মোকাবিলা কৰিবলৈ অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি ১৫ দিনীয়া সান্ধ্য আইন ঘোষণা কৰে ৷ যিহেতু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেয়েহে পুনৰ লক ডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.